Month: June 2024

ভাৰতৰ নতুন সেনা প্ৰধান হ’ব লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী

লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদী নতুন সেনা প্ৰধান হ’ব। তেওঁ বৰ্তমানৰ সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ স্থান ল’ব। চৰকাৰে মঙলবাৰে নিশা এই ঘোষণা কৰে। লেফটেনেণ্ট জেনেৰেল দ্বিবেদীয়ে বৰ্তমান সেনাৰ উপ-প্ৰধান হিচাপে…

বন্যহস্তীৰ মুক্ত বিচৰণ

নগাঁৱৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱৰ ঝাৰণিত বৃহৎ বন্যহস্তীৰ জাকৰ অৱস্থান।বহুকেইটা পোৱালিসহ প্ৰায় ৪০/৫০ জনীয়া বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত ৰাইজ।কৃষিকাৰ্য্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক্ মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয়…

চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ চন্দ্ৰবাবু নাইডুৰ

তেলেগু দেশম পাৰ্টিৰ (টিডিপি) মুৰব্বী এন চন্দ্ৰবাবু নাইডুৱে বুধবাৰে চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় মন্ত্ৰী জে পি…

টাটা মটৰ্ছে আগবঢ়াইছে এলট্ৰ’জ ৰেচাৰ

দেশৰ আগশাৰীৰ অটোমোটিভ নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে এলট্ৰ’জ ৰেচাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি হৈছে কোম্পানীটোৰ প্ৰিমিয়াম হেচবেকৰ স্প’ৰ্টী অৱতাৰ। ১.২ লিটাৰ টাৰ্বো পেট্ৰ’ল ইঞ্জিন মুকলিৰ লগে লগে আলট্ৰ’জৰ…

ব্ৰাজিলত বানপানীৰ ফলত ১৬৯, ম্যানমাৰতগ্ৰীষ্ম প্ৰবাহৰ ফলত ১,৫০০ জন লোকৰ মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ লাখ লাখ লোকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে জলবায়ু পৰিৱৰ্তনক লৈ এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে।এই প্ৰতিবেদন অনুসৰি যে যোৱা বছৰ ডিচেম্বৰত ডুবাইত (চিঅ’পি২৮)…

বালিকা নামৰ সংগঠনটোৰ শুভাৰম্ভণি, একত্ৰিত বাংলাদেশ আৰু ভাৰতৰ যকৃতৰ বিশেষজ্ঞ 

ভাৰত আৰু বাংলাদেশৰ যকৃত বিশেষজ্ঞৰ সৈতে বাংলা ভাষাত যকৃতৰ শেহতীয়া চিকিৎসা আৰু যকৃত সম্বন্ধীয় বিভিন্ন অনুশীলনৰ বিভিন্ন দিশৰ বিষয়ে বাঙালীভাষী যকৃত ৰোগীসকলক দুৱাৰমুখলৈ অনাৰ লক্ষ্যৰে বাংলা লিভাৰ ককাচ (বালিকা) নামৰ…

হোজাই কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন সম্পন্ন

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৮ আৰু ৯ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লামডিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লামডিং আজাদ হিন্দ পাব্লিক লাইব্ৰেৰী আৰু ৰেলৱে’ ইনষ্টিটিউটত অনুষ্ঠিত হয়।…

৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাব অক্সফৰ্ড বিশ্ববিদ্যালয়ে

ব্ৰিটেইনৰ প্ৰতিষ্ঠিত অক্সফৰ্ড বিশ্ববিদ্যালয়ে তামিলনাডুৰ এটা মন্দিৰৰ পৰা চুৰি হোৱা বুলি বিশ্বাস কৰা এজন সন্তৰ ৫০০ বছৰ পুৰণি ব্ৰঞ্জৰ মূৰ্তি ভাৰতক উভতাই দিবলৈ সন্মত হৈছে। বিশ্ববিদ্যালয়খনৰ এছমোলিয়ান সংগ্ৰহালয়ৰ দ্বাৰা জাৰি…

৩৬২ টা সমষ্টিত ৫,৫৪,৫৯৮ টা ভোট খাৰিজ নিৰ্বাচন আয়োগৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ৪ জুনত ঘোষণা হোৱাৰ পিছত ভাৰতৰ নিৰ্বাচন আয়োগে ৩৬২ টা সমষ্টিত ই ভি এমৰ দ্বাৰা দিয়া ৫,৫৪,৫৯৮ টা ভোট নাকচ কৰে। ইয়াৰ উপৰিও, ইচিআইয়ে ১৭৬…

ব্যতিক্ৰম শিক্ষা সন্মিলনে সীমা অতিক্ৰমি পথ প্ৰদৰ্শন কৰিছে শৈক্ষিক সহযোগিতাৰ

ব্যতিক্ৰম মাছডোৰ উদ্যোগত ২০২৪ চনৰ ১০ জুনত ঢাকা ক্লাবত অনুষ্ঠিত হোৱা “ব্যতিক্ৰম শিক্ষা সন্মিলন”ৰ সফলতাৰে সামৰণি পৰিছে। গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰু অন্যান্য আগশাৰীৰ সংগঠনৰ সহযোগাত আয়োজিত এই যুগান্তকাৰী অনুষ্ঠানটোৱে…