Month: June 2024

কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ

ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ…

চামৰালি বজাৰত আৰক্ষীৰ বৃহৎ অভিযান

হোজাইৰ মোৰাঝাৰৰ চামৰালি বজাৰত আৰক্ষীয়ে এক গোপন সুত্ৰ পম খেদি চলোৱা এই অভিযানত জব্দ দুটাকৈ বন্ধুক৷ হোজাই আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু মোৰাঝাৰ ,চৌধুৰীবজাৰ আৰক্ষীৰ যৌথ অভিযানতজব্দ কৰে দুটাকৈ বন্ধুক ৷…

প্ৰতিটো ছালৰ প্ৰকাৰৰ বাবে লা শ্বিল্ডৰ খনিজ চানস্ক্ৰীণ পৰিসৰ অন্বেষণ কৰক

লা শ্বিল্ডৰ ছানস্ক্ৰীন ৰেঞ্জে বিভিন্ন ধৰণৰ ছালৰ প্ৰকাৰ আৰু উদ্বেগসমূহ পূৰণৰ বাবে এক বিস্তৃত সমাধান আগবঢ়াইছে যাতে সকলোৰে বাবে অনুকূল ফলাফল নিশ্চিত হয়। ৰ’দত ঘামি বা ক’লা পৰা দিনৰ বাবে…

YiPPee! Toss : সোৱাদভৰা অভিযানত একেলগে দেখা গৈছে ৰাহুল দ্ৰাবিড়, যশপ্ৰীত বুমৰাহ আৰু সূৰ্য কুমাৰ যাদৱক

জনপ্ৰিয় ক্ৰিকেটাৰসকলে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ‘The Toss’ সন্দৰ্ভত কৰা ৰহস্যময় পোষ্টক লৈ কৌতুহলী হৈ পৰিছিল সকলো ক্ৰিকেট অনুৰাগী। আচলতে কি হয় এই বিষয়ে জানিবলৈ সকলোতে চৰ্চা চলিছিল, এই কথা-বতৰা লাখ…

ড. জয়শংকৰে এম ই এ -ত তেওঁৰ নেতৃত্ব বঢ়াই, দুটা নতুন ৰাজ্যিক মন্ত্ৰীক পদবীত নিযুক্তি দিয়ে

ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে নতুন কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৭১জন সাংসদে শপতগ্ৰহণ কৰিলে। শপতগ্ৰহণৰ পিছৰ দিনা প্ৰতিজন মন্ত্ৰীক পৰ্টফলিঅ’ বিতৰণ কৰা হ’ল। ড০…

বিদেশৰ দৰে দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহতো বছৰত দুবাৰকৈ হ’ব নামভৰ্তি

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত বছৰত দুবাৰকৈ শিক্ষাৰ্থীসকলে কৰিব পাৰিব নামভৰ্তি। বিশ্ববিদ্যালয় অনুদান আয়োগে এই কথা ঘোষণা কৰিছে। এই নিয়ম এই শৈক্ষিক বৰ্ষৰ পৰা প্ৰযোজ্য হ’ব, যাৰ অধীনত শিক্ষাৰ্থীসকলে বছৰত দুবাৰকৈ উচ্চ…

গুৱাহাটী টু হোষ্ট ছিদবি স্বাৱলম্বন মেলা ২০২৪

গুৱাহাটীৰ গণেশগুৰিস্থিত নেডফি কনভেনচন চেণ্টাৰত অহা ১৪ জুনৰ পৰা ১৮ জুনলৈ অনুষ্ঠিত হ’ব স্বাৱলম্বন মেলা ২০২৪। ভাৰতৰ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ(এমএছএমই)ৰ প্ৰচাৰ, বিত্তীয় সাহায্য আৰু উন্নয়নৰ প্ৰধান বিত্তীয় প্ৰতিষ্ঠান…

অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মান্নানৰ দেহাৱসান

আলোপতি নিবাসী তথা ড° জাকিৰ হুছেইন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক আব্দুল মান্নানৰ মংগলবাৰৰ দিনা নিজ বাসভৱনত কিডনী,মধুমেয় আৰু হৃদ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল…

যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

যোৰহাটত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু। উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু যুৱকজনৰ। নিমাতী বৰআলি ফাকুৱা দলৰ সমীপত এই ঘটনা। চৰকাৰী ভৱন নিৰ্মাণৰ কামত নিয়োজিত আছিল যুৱকজন।বিদ্যুৎ পৰিবাহী তাঁৰৰ তলতে…

জম্মু-কাশ্মীৰত পুনৰ গুলীচালনা

জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীচালনা। ৰিয়াছি, কঠুৱাৰ পাছত এইবাৰ ডোডা জিলাত গুলীচালনা। ডোডাৰ সেনাৰ অস্থায়ী ঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত ৬ নিৰাপত্তাৰক্ষী। গুলীচালনাত আঘাতপ্ৰাপ্ত হৈছে…