Month: May 2024

ওকলে ইয়াৰ শেহতীয়া অভিযান আৰম্ভ কৰে, ৰোহিত শৰ্মাক লৈ ‘বি হু ইউ আৰ’ অভিযান

দেশৰ পৰৱৰ্তী প্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ বাবে বিশ্বব্যাপী ক্ৰীড়াক্ষেত্ৰত ব্যৱহৃত চশমাৰ অগ্ৰণী প্ৰতিষ্ঠান অ’কলেই ক্ৰিকেট তাৰকা ৰোহিত শৰ্মাৰ সৈতে নিজৰ শক্তিশালী অভিযানৰ শেহতীয়া সংস্কৰণ ‘বি হু ইউ আৰ’ আৰম্ভ কৰিছে।…

ফেণ্টা, বলীউড তাৰকা কাৰ্তিক আৰ্যনৰ সৈতে ফ্নাকিংৰ আনন্দ প্ৰদৰ্শন কৰিবলৈ এক নতুন অভিযান উন্মোচন কৰে

কোকা-কোলা ইণ্ডিয়াৰ প্ৰসিদ্ধ আৰু সোৱাদযুক্ত পানীয় ব্ৰেণ্ড ফাণ্টাই তেওঁলোকৰ প্ৰিয় জলপানৰ সৈতে ফ্লেভাৰফুল ফেণ্টা অৰেঞ্জ খাই ফ্নাকিংৰ আনন্দ প্ৰদৰ্শন কৰিবলৈ এক নতুন অভিযান মুকলি কৰে। কাৰ্তিক আৰ্যনক লৈ প্ৰচাৰ চলচ্চিত্ৰখনে…

জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী

জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী। ঘোঁৰামাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক। ধৃত সৰবৰাহকাৰীটোৰ নাম অমৰেন্দ্ৰ কলিতা। জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট। বৃহস্পতি বাৰে গ্ৰেপ্তাৰ হৈছিল হিতেশ্বৰ কলিতা…

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা

ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা। শিলচৰৰ ৰামনগৰ- ISBT ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে। অভিযানত ISBT ৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন। অভিযানত তিনিজন সৰবৰাকাৰীৰ…

ভি সফলতাৰে এছঅ’চি ২ টাইপ II এটেষ্টেচন প্ৰাপ্ত কৰিছে

দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভোডাফোন আইডিয়া(ভি)ই এছঅ’চি ২ টাইপ IIৰ স্বীকৃতি লাভ কৰাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে। এছঅ’চি ২ টাইপ IIৰ সকলো মানদণ্ড পূৰণ কৰি এনে স্বীকৃতি লাভ কৰা ভি…

২৪ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ তথ্য সদৰি কৰিছে গড্ৰেজ এগ্ৰ’ভেট লিমিটেডে

গোড্ৰেজ এগ্ৰ’ভেট লিমিটেডে ২০২৪ৰ ৩১ মাৰ্চত সমাপ্ত হোৱা চতুৰ্থ ত্ৰৈমাসিক আৰু সমগ্ৰ বছৰৰ বিত্তীয় ফলাফল প্ৰকাশ কৰিছে, এই সময়ছোৱাত সকলো ছেগমেণ্টতে আকৰ্ষণীয় বৃদ্ধি আৰু লাভ কৰিবলৈ সক্ষম হৈছে। ২৪ বিত্তীয়…

টাইটান ৱৰ্ল্ডে মাতৃ দিৱসৰ এক হৃদয়স্পৰ্শী কেম্পেইন মুকলি কৰিছে

উৎকৃষ্ট বহুমূলীয়া সামগ্ৰী(টাইমপিচ)ৰ বাবে খ্যাতিসম্পন্ন টাইটান ৱৰ্ল্ডে মাতৃ দিৱসৰ এক হৃদয়স্পৰ্শী কেম্পেইন মুকলি কৰিছে, এই অভিযানত মাতৃসকলৰ সৈতে অতিবাহিত কৰা সময়ৰ সৈতে খাপ খোৱা মূল্যৱান উপহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।…

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ ৪০,৪৯৯ গৰাকী শিক্ষাৰ্থী

সকলো জল্পনা-কল্পনাৰ অৱসান ঘটোৱাই আজি পুৱা ৯ বজাত ঘোষণা হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ব্যতিক্ৰমভাৱে এইবাৰ ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। কিয়নো পূৰ্বৰ পৰম্পৰা ভংগ…

৬৫ বছৰত ভাৰতত মুছলমান জনসংখ্যাৰ ৪৩.১৫ শতাংশ বৃদ্ধি

প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদে (ইএছপি-পিএম) এখন প্ৰতিবেদন প্ৰকাশ কৰিছে, যাৰ অনুসৰি ভাৰতত ধৰ্মীয় সংখ্যাগৰিষ্ঠ জনসংখ্যাৰ অংশ ১৯৫০ চনৰ পৰা ২০১৫চনলৈ ৭.৮১ শতাংশ হ্ৰাস পাইছে। একে সময়তে মুছলমান জনসংখ্যাৰ অংশ ৪৩.১৫…

৪০০ ৰো অধিক শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান আৰণ্যক-ডিএছডব্লিউএফৰ

গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশ হিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ “গঁড় বিদ্যালয়লৈ যায়”শীৰ্ষক অভিযানৰ আয়োজন কৰে। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে…