নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ ঘটনা। মাজনিশা নিচাসক্ত যুৱকৰ দলে আক্ৰমণ কৰিলে ৰেপিড’ চালকক। আক্ৰমণৰ বলি হোৱা যুৱকজন দ্বীপজ্যোতি ঠাকুৰীয়া। প্ৰথমে ধন দাবী কৰিছিল নিচাসক্ত যুৱককেইজনে। দাবী কৰা ধন নিদিয়াৰ বাবে উপৰ্যুপৰি আক্ৰমণ কৰে ৩ যুৱকে। মাত্ৰ ২০০ টকাৰ বাবে ইটা, হেলমেটেৰে প্ৰহাৰ দ্বীপজ্যোতিক। আহত দ্বীপজ্যোতি ঠাকুৰীয়াক GMCHত ভৰ্তি। Share this:FacebookX Related Post navigation উজনিত ভয়ংকৰ ৰূপ এনকেফেলাইটিচৰ নিছান মটৰ ইণ্ডিয়াই ইয়াৰ নতুন এছইউভি, নিছান মাগনিটে জিইজেডএ চিভিটি বিশেষ সংস্কৰণ উন্মোচন কৰে