দেৰগাঁৱত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰৈ থকা ট্ৰাকত খুন্দা এখন তীব্ৰবেগী বলেৰ’ পিকআপ ভানৰ৷ দুৰ্ঘটনাত থিতাতে নিহত হেণ্ডিমেন বাবুল আলী৷ চালক নুৰ আলীক দেৰগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি৷ Share this:FacebookX Related Post navigation অমৃতপাল সিঙৰ মুকলিৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক হেঁচা ঘূৰ্ণীবতাহ ৰেমলৰ পিছত ভিয়ে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকসকলক ইয়াৰ সমৰ্থন আগবঢ়াইছিল