জালুকবাৰী আৰক্ষীৰ জালত এটা ড্ৰাগছ সৰবৰাহকাৰী।

ঘোঁৰামাৰাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সৰবৰাহকাৰীটোক।

ধৃত সৰবৰাহকাৰীটোৰ নাম অমৰেন্দ্ৰ কলিতা।

জব্দ কৰা হৈছে বুজন পৰিমাণৰ নিচাজাতীয় টেবলেট।

বৃহস্পতি বাৰে গ্ৰেপ্তাৰ হৈছিল হিতেশ্বৰ কলিতা আৰু মামণি কলিতা।

ধৃত দম্পতিটোৱে দীৰ্ঘদিনে নিচাযুক্ত দ্ৰব্য বেহা চলাই আহিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *