গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কানি। নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা জব্দ কানিখিনি। বিহাৰৰ এজন লোকে সৰবৰাহ কৰিছিল প্ৰায় ৪ কেজি কানি। ধৃত লোকজনৰ নাম মনোহৰ কুমাৰ ৰায়। GRPৰ অভিযানত কানিসহ বিহাৰৰ লোকজনক আটক। Share this:FacebookX Related Post navigation মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ চেমচাঙে ভাৰতত এআই টিভি মুকলি কৰাৰ সৈতে দৰ্শনৰ অভিজ্ঞতা উন্নত কৰিছে