মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰ ঘাটত উদ্ধাৰ যুৱকৰ মৃতদেহ।

বন্ধুৱে হত্যা কৰি নদীৰ পাৰত পেলাই থৈ যোৱাৰ অভিযোগ পৰিয়ালৰ।

লুলু বাবু, চনু নামৰ দুই যুৱকে মাতি লৈ গৈছিল অজয় বৰুৱাক।

ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে চনুক।

Leave a Reply

Your email address will not be published. Required fields are marked *