নগাঁৱৰ বঢ়মপুৰৰ ১নং ঘোগৰ গাঁৱৰ ঝাৰণিত বৃহৎ বন্যহস্তীৰ জাকৰ অৱস্থান।বহুকেইটা পোৱালিসহ প্ৰায় ৪০/৫০ জনীয়া বন্যহস্তীৰ জাকটো প্ৰত্যক্ষ কৰি শংকিত ৰাইজ।কৃষিকাৰ্য্য আৰম্ভ কৰিবলৈ লোৱাৰ প্ৰাক্ মুহূৰ্তত হাতীৰ জাকটো দেখি শংকিত স্থানীয় কৃষক ৰাইজো।বন বিভাগক শীঘ্ৰেই ঝাৰণিখনৰ পৰা হাতীৰ জাকটো খেদি পঠিয়াবলৈ আহ্বান শংকিত কৃষক ৰাইজৰ।সম্প্ৰতি উৎকণ্ঠিত ৰাইজে হাতীৰ জাকটো চাবলৈ ভিৰ কৰিছে ১নং ঘোগৰগাঁৱৰ ঝাৰণিৰ সমীপত। Share this:FacebookX Related Post navigation টাটা মটৰ্ছে আগবঢ়াইছে এলট্ৰ’জ ৰেচাৰ জম্মু-কাশ্মীৰত পুনৰ গুলীচালনা