ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা।

শিলচৰৰ ৰামনগৰ- ISBT ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰৰ আৰক্ষীৰ এটা দলে।

অভিযানত ISBT ৰ পৰা জব্দ কৰে ৫৭২ গ্ৰাম হেৰʼইন।

অভিযানত তিনিজন সৰবৰাকাৰীৰ পৰা জব্দ কৰা হয় হেৰ’ইনখিনি।

জব্দকৃত হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৩ কোটি টকা।

বৰ্তমান শিলচৰ সদৰ থানাত জেৰা কৰি থকা হৈছে ধৃত লোক কেইজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *