আজি জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে কাশ্মীৰত । চেনাব দলঙত উপস্থিত হৈ দলংখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । ইয়াৰ পূৰ্বে তেওঁ দলঙৰ বাবে কাম কৰা শ্ৰমিকসকলক লগ কৰে । এই সময়ত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *