ওদালগুৰিত অঘটন। নিশা অহা প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱত প্ৰাণ হেৰুৱালে দুগৰাকীকৈ মহিলাই। উল্লেখ্য যে, গহপুৰৰ পৰা ওদালগুৰিৰ নলবাৰীলৈ আলহী হিচাপে আহিছিল দুই মহিলা ক্ৰমে গীতা নাৰ্জাৰী (৩৫) আৰু ছমিলা নাৰ্জানী (৪০)। দুয়োৱে অহা যোৱাৰ বাবে বাটৰ খৰচ উলিয়াবলৈ লগত বজাৰত বিক্ৰীৰ বাবে লৈ আনিছিল ভোট জলকীয়া। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। এজাক ধুমুহাই কাঢ়িলে দুয়োৰে প্ৰাণ। Share this:FacebookX Related Post navigation ঢাকাত প্ৰথমবাৰলৈ চিকিৎসা পৰ্যটন সন্মিলনৰ উদ্যোগ লৈছে ব্যতিক্ৰমে নলবাৰীত মোদীৰ নিৰ্বাচনী প্ৰচাৰ