বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা ।একে দিনাই মিত্ৰ দলৰ প্ৰাৰ্থীসহ বিজেপিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব ।১২৬ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব দলটোৱে ।তাৰ পূৰ্বে দিল্লীত বুধবাৰে আবেলি অনুষ্ঠিত হ’ব বিজেপিৰ সংসদীয় কমিটিৰ বৈঠক ।এই বৈঠকতে প্ৰাৰ্থী তালিকাত চূড়ান্ত ছীল মোহৰ মাৰিব বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই । Share this:FacebookX Related Post navigation মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা এবিধ উপকাৰী খাদ্য