মধ্য প্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ইৰানৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যৌথ আক্ৰমণে ১৬ টা দিন অতিক্ৰম কৰিলে।ইপিনে যুদ্ধ ইমানেই ভয়াবহ হৈছে যে, সোমবাৰে ইউ এ ইৰ ৰাজধানী আবুধাবিৰ উপকণ্ঠ অঞ্চলত ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন পেলেষ্টাইনী নাগৰিক নিহত হয়। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পাছত উপসাগৰীয় অঞ্চলত ইৰানে আক্ৰমণ অব্যাহত ৰখাৰ সময়তে এই ঘটনা সংঘটিত হয় । Share this:FacebookX Related Post navigation ট্ৰুকলাৰে ভাৰতত ফেমিলী প্ৰটেকচন আৰম্ভ কৰিছে বুধবাৰে প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা