বিপদত ট্ৰাম্প!

নিজ দেশতে প্ৰতিবাদৰ সন্মুখীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

আমেৰিকাৰ ৫০খনকৈ চহৰত ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিবাদ।

ৱাশ্বিংটনত ‘ন’ কিংছ’ ৰেলী উলিয়াই প্ৰতিবাদ জনতাৰ।

লোকতান্ত্ৰিক নেতাৰ পৰিৱৰ্তে ৰজাৰ দৰে শাসন কৰাৰ অভিযোগ জনতাৰ।

লোকতন্ত্ৰৰ বিৰুদ্ধে ট্ৰাম্প ক্ষতিকাৰক বুলি উল্লেখ প্ৰতিবাদকাৰীৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *