অহা পাঁচ দিনলৈ ৰাজ্যত ধুমুহা বৰষুণ বিজুলী ধেৰেকণী হোৱাৰ সতৰ্কবাণী প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন ঠাইত ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিভাগৰ তথ্য অনুসৰি ১৩ মাৰ্চ অৰ্থাৎ আজিৰে পৰা ১৭ মাৰ্চলৈ ৰাজ্যত  ধাৰাসাৰ  বৰষুণৰ লগতে বতাহ , বিজুলী , বজ্ৰপাত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ইফালে  ১৮ আৰু ১৯ মাৰ্চৰ পৰা বতৰৰ অৱস্থা কিছু উন্নত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। 

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *