বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। প্ৰধানমন্ত্রী মোদী দুদিনীয়াকৈ আৰু অমিত শ্বাহে এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্রীয়ে ১৩ মাৰ্চৰত উপস্থিত হৈ কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।‌ আনহাতে ১৫ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ। সেইদিনা পুৱা ১০ বজাত অমিত শ্বাহে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব। ইয়াৰ পিছত ১১ বজাৰ পৰা বিজেপিয়ে আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল’ব।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *