চলিত T20 বিশ্বকাপত আন এক অঘটন। আফগানিস্তানৰ বিৰুদ্ধে ৮৪ ৰানত পৰাস্ত নিউজীলেণ্ড। প্ৰথমে বেটিং কৰি আফগানিস্তানে সংগ্ৰহ কৰিছিল ১৫৯ ৰান। আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজে খেলে ৮০ ৰানৰ ইনিংছ। প্ৰত্যুত্তৰত ৭৫ ৰানতে অল আউট হয় নিউজীলেণ্ড।আফগানিস্তানৰ ৰাছিদ খানে ১৭ ৰানত দখল কৰে ৪টাকৈ উইকেট।ফজল হক ফাৰুকীয়েও দখল কৰে ৪টা উইকেট।

Leave a Reply

Your email address will not be published. Required fields are marked *