এইবাৰ উৎকোচ লোৱাৰ অপৰাধত হাতে-লোটে ধৰা পৰিল শিক্ষা বিষয়া। পেঞ্চনৰ কামৰ বাবে উৎকোচ বিচাৰিছিল নগাঁও জিলাৰ লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া মেহবুব আহমেদ লস্কৰে। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে গ্ৰেপ্তাৰ কৰিছে লাওখোৱা ব্লকৰ প্ৰাথমিক শিক্ষা বিষয়া (BEEO)মেহবুব আহমেদ লস্কৰক। Share this:FacebookX Related Post navigation ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন জিয়মি ইণ্ডিয়াই ১৪,৯৯৯ টকাত মুকলি কৰিলে ৰেডমি ১৫ ৫জি