৮ মাৰ্চৰ পৰা যান বাহনৰ বাবে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা দলং মুকলি কৰা হয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ ফেব্ৰুৱাৰী জনতাৰ নামত উৎসৰ্গা কৰিছিল দলঙখন ৷ এই দলংখনৰ ফলত এতিয়াৰে পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাত্ৰাৰ সময় ৪৫-৬০ মিনিটৰ পৰা ৭-১০ মিনিটলৈ হ্ৰাস পাইছে ৷ Share this:FacebookX Related Post navigation আলী খামেইনীৰ পুত্ৰ মোজতাবা আলী খামেইনীক দেশখনৰ নতুন সৰ্বোচ্চ নেতা হিচাপে নিযুক্তি দিয়ে নিৰ্বাচনৰ বতৰত ৰাজনৈতিক দলবোৰৰ মাজত এতিয়া তালিকা প্ৰস্তুতৰ কুছকাৱাজ