ডুবাইত আৱদ্ধ দুলীয়াজানৰ ১৮ জনীয়া পৰ্যটকৰ দল।দলটোত আছে দুলীয়াজান, ডিব্ৰুগড়, লখিমপুৰৰ পৰ্যটক।যুদ্ধৰ পৰিপ্ৰেক্ষিতত ডুবাইত আৱদ্ধ হৈ পৰিছে দলটো।বুৰ্জ খলিফা দৰ্শনৰ সময়তে ডুবাইত মিছাইল আক্ৰমণ ইৰানৰ।সৌভাগ্যক্ৰমে ক্ষয়-ক্ষতি হোৱা নাই অসমৰ দলটোৰ। Share this:FacebookX Related Post navigation আমেৰিকাৰ ওপৰত আক্ৰমণ ইৰাণৰ মামাৰ মহানুভৱতা