ৰাজ্যজুৰি ঘোষণা হ’ল ড্ৰাই ডে’। ৭ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ সন্ধিয়া ৫ বজা পৰ্যন্ত ড্ৰাই ডে’ ঘোষণা। এই সময়চোৱাত সমগ্ৰ ৰাজ্যতে বন্ধ থাকিব সুৰাৰ বিপনী। ৪ মে’ৰ ভোট গণনাৰ দিনটোত কামৰূপ (ম) জিলাত ড্রাই ডে’। ৪ মে’ত গণনা সম্পূর্ণ নোহোৱা পর্যন্ত জাৰি নিৰ্দেশনা। থলুৱা সুৰাৰ কাৰখানাও বন্ধ ৰখাৰ নিৰ্দেশনা কামৰূপ (ম) জিলাত। নিৰ্দেশ অমান্য কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লব প্ৰশাসনে। Share this:FacebookX Related Post navigation হোন্ডা মোটৰচাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া এ অসমত নিজৰ নেটৱৰ্ক বৃদ্ধি কৰি মৰিগাঁওত নতুন ডিলাৰশ্বিপ মুকলি কৰিলে টিভিএছ মটৰৰ ২০২৫-২৬ বিত্তীয় বৰ্ষত বিক্ৰী ২৪% বৃদ্ধি পাই হৈছিল ৫৮.৮৯ লাখ ইউনিট, স্কুটাৰ, বাইক আৰু ইভি বাহন ক্ৰয়ৰ সংখ্যা বৃদ্ধি