শৰাইঘাট দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাপ প্ৰেমিক-প্ৰেমিকাৰ।পুৱাই প্ৰেমিক-প্ৰেমিকাই ল’লে এই চৰম সিদ্ধান্ত।জালুকবাৰীৰ দিশৰ পৰা গৈ ব্ৰহ্মপুত্ৰত জাপ দিয়ে দুয়োৱে ।এইপর্যন্ত উদ্ধাৰ হোৱা নাই দুই যুৱক-যুৱতীহালৰ পৰিচয় ।কিহৰ বাবে এই ঘটনা সংঘটিত কৰে সেয়া এতিয়াও জানিব পৰা হোৱা নাই । Share this:FacebookX Related Post navigation অসম প্ৰদেশ কংগ্ৰেছৰ আৰু ৩জন সম্পাদক নিযুক্তি চিডিএছএল আইপিএফে মুকলি কৰিলে ‘মিছ আত্মনিৰ্ভৰ ইনভেষ্টৰ’ অভিযান