ঝাৰখণ্ডত অব্যাহত আছে নিৰাপত্তাৰক্ষী বাহিনীৰ নক্সাল বিৰোধী অভিযান। দেশৰ নিৰাপত্তা বাহিনীয়ে ধাৰাবাহিকভাৱে চলাই থকা এই অভিযানত এইপৰ্যন্ত বহু নক্সাল সদস্যই প্ৰাণ হেৰুৱাইছে। আনহাতে শ্বহীদ হৈছে কেইবাজনো নিৰাপত্তাৰক্ষী। এনে এক নক্সাল বিৰোধী অভিযানৰ সময়তে আজি ঝাৰখণ্ডত শ্বহীদ হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ CRPFত নিয়োজিত অসমৰ এগৰাকী জোৱান। ৰাজ্যখনৰ পশ্চিম সিংভূমত সংঘটিত এক আই ই ডি বিস্ফোৰণত শ্বহীদ হয় অসমৰ জোৱানজন। Share this:FacebookX Related Post navigation মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা