Sports নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব বিশ্বকাপ বিজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলে November 4, 2025 Sonakshi Sarkar মহিলা এদিনীয়া বিশ্বকাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলটোৱে শীঘ্ৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। খবৰ অনুসৰি এই বৈঠক ৫ নৱেম্বৰত দিল্লীত হোৱাৰ সম্ভাৱনা আছে। আজি সন্ধিয়া মুম্বাইৰ পৰা দিল্লী…
Sports মহিলা বিশ্বকাপত জয়ী টিম ইণ্ডিয়া লৈ ৫১ কোটি টকাৰ পুৰস্কাৰ বিচিচিআইৰ November 3, 2025 Sonakshi Sarkar ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ সচিব দেৱজিৎ শইকীয়াই আই চি চি মহিলা বিশ্বকাপত জয়ী হোৱা টিম ইণ্ডিয়াক ৫১ কোটি টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে। অৱশেষত ২০০৫ আৰু ২০১৭ চনৰ বিশ্বকাপৰ ফাইনেলৰ…
Sports ফিফা বিশ্বকাপ ২০২৬ত অংশগ্ৰহণক লৈ স্পষ্ট নহয় লিয়নেল মেছি October 30, 2025 Sonakshi Sarkar সমগ্ৰ বিশ্বৰ ফুটবল অনুৰাগীয়ে বিচাৰিছে আৰ্জেণ্টিনাৰ কিংবদন্তি ফুটবলাৰ লিয়নেল মেছিয়ে ফিফা বিশ্বকাপ ২০২৬ত অংশগ্ৰহণ কৰক। কিন্তু বিশ্বকাপ খেলাৰ ক্ষেত্ৰত মেছি নিজেই স্পষ্ট নহয়। লিয়নেল মেছিয়ে বিশ্বাস কৰে যে ফিফা বিশ্বকাপত…
Sports ২৯ অক্টোবৰত গুৱাহাটীত মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰে মুখামুখি দক্ষিণ আফ্ৰিকাৰ October 28, 2025 Sonakshi Sarkar লীগ পৰ্যায়ত অতি নিকট জয়ৰে ছেমি ফাইনেলত প্ৰৱেশ কৰা দক্ষিণ আফ্ৰিকাই মহিলা এদিনীয়া বিশ্বকাপত কাইলৈ গুৱাহাটীত চাৰিবাৰৰ চেম্পিয়ন ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। এই খেলত দক্ষিণ আফ্ৰিকাৰ বেটছমেনে সুন্দৰ প্ৰদৰ্শন দাঙি…
Sports ২০২৫ ছিজনৰ কোনো প্ৰতিযোগীতাত অংশ নলয় পি ভি সিন্ধুৱে October 27, 2025 Sonakshi Sarkar দুবাৰৰ অলিম্পিক পদক বিজয়ী তাৰকা বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুৱে ইউৰোপীয় লেগৰ পূৰ্বে ভৰিৰ আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ ২০২৫ চনৰ ছিজনৰ বাকী থকা বি ডব্লিউ…
Sports ২৩ অক্টোবৰত এডিলেইডত ভাৰত-অষ্ট্ৰেলিয়াৰ দ্বিতীয় এদিনীয়া October 22, 2025 Sonakshi Sarkar অষ্ট্ৰেলিয়া ভ্ৰমণত থকা ভাৰতীয় দলটোৱে দ্বিতীয়খন এদিনীয়া এডিলেইড অ’ভেল খেলিব। বৃহস্পতিবাৰে ইয়াত দুয়োটা দলৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন এদিনীয়া, যি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব। প্ৰথমখন এদিনীয়াত জয়লাভ কৰি…
Sports ২০২৬ৰ ফিফা বিশ্বকাপলৈ ২২ দলৰ যোগ্যতা অৰ্জন October 17, 2025 Sonakshi Sarkar ২০২৬ চনৰ ফিফা বিশ্বকাপ এক ঐতিহাসিক হ’ব। কিয়নো এই প্ৰতিযোগিতাত ৪৮ টা দলে অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে। এইবাৰ ফুটবল বিশ্বকাপ আমেৰিকা, মেক্সিকো, কানাডাই যৌথভাৱে আয়োজন কৰিব। ফলত এই তিনিখন আয়োজক…
Sports ২০১০ৰ পিছত ফিফা বিশ্বকাপলৈ যোগ্যতা দক্ষিণ আফ্ৰিকাৰ October 16, 2025 Sonakshi Sarkar ৱাণ্ডাক ৩-০ গ’লত পৰাস্ত কৰি দক্ষিণ আফ্ৰিকাই ২০২৬ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে। ২০১০ চনৰ পিছত এইটোৱেই হ’ব তেওঁলোকৰ প্ৰথমখন বিশ্বকাপ খেল। গ্ৰুপ চি-ৰ শীৰ্ষস্থান দখল কৰি তেওঁলোকে আকৰ্ষণীয়ভাৱে…
Sports বাংলাদেশৰ বিৰুদ্ধে এদিনীয়াত ক্লীন ছুইপ আফগানিস্তানৰ October 15, 2025 Sonakshi Sarkar তৃতীয়খন এদিনীয়া খেলত আফগানিস্তানে বাংলাদেশক ২০০ ৰানত পৰাস্ত কৰে। এই জয়ৰ সৈতে আফগানিস্তানে তিনিখন মেচৰ শৃংখলা ৩-০ ত জয়লাভ কৰে। খেলখনত ৫টা উইকেট দখল কৰা বিলাল ছামীয়ে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ…
Sports ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দিল্লী টেষ্টত ৫১৮ৰানত প্ৰথম ইনিংছ ঘোষণা ভাৰতৰ October 11, 2025 Sonakshi Sarkar ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ দ্বিতীয় দিনা ৫১৮/৫ ৰে প্ৰথম ইনিংছ ঘোষণা কৰে ভাৰতে। ইয়াৰ উত্তৰত ৱেষ্ট ইণ্ডিজে ৪৯৭ ৰান পিছ পৰি থকা প্ৰথম ইনিংছত এটা উইকেট হেৰুৱাই ২১ ৰান…