Sports ফিফা বিশ্বকাপ বিজয়ী দলে লাভ কৰিব ৪৫২ কোটি December 19, 2025 Sonakshi Sarkar ফিফা কাউন্সিলে ২০২৬ চনৰ আমেৰিকা, কানাডা, মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে পুৰস্কাৰৰ ধন বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। বিজয়ী দলটোৱে লাভ কৰিব ৪৫২ কোটি। ২০২৬ চনৰ বিশ্বকাপত বিজয়ীক প্ৰদান কৰিবলগীয়া…
Sports ঘন কুঁৱলীৰ বাবে একানা ষ্টেডিয়ামত খেল অসম্ভৱ, বাতিল ভাৰত–দক্ষিণ আফ্ৰিকাৰ চতুৰ্থ টি–২০ December 18, 2025 Sonakshi Sarkar প্ৰকৃতিৰ হেঙাৰত স্তব্ধ হ’ল ক্ৰিকেটৰ যুঁজ। বুধবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চতুৰ্থখন টি-২০ আন্তৰ্জাতিক মেচ ঘন কুঁৱলী আৰু প্ৰদূষণৰ বাবে বাতিল কৰা হয়। আম্পায়াৰসকলে…
Sports মেৰী কমৰ মানৱীয়তাঃ মণিপুৰৰ আশ্ৰয়হীন লোকক কম্বল বিতৰণ আৰু বিনামূলীয়া বক্সিং প্ৰশিক্ষণৰ ঘোষণা December 18, 2025 Sonakshi Sarkar ৰিঙৰ ভিতৰত প্ৰতিপক্ষক ধৰাশায়ী কৰা মেৰী কমে এইবাৰ দুৰ্দিনত পৰা নিজৰ ৰাজ্যৰ মানুহৰ চকুপানী মচিবলৈ আগবাঢ়ি আহিছে। ১৭ ডিচেম্বৰত কিংবদন্তি ভাৰতীয় বক্সাৰ আৰু অলিম্পিক বিজয়ী এম চি মেৰী কমে মণিপুৰৰ…
Sports ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হব পূৱ মণ্ডল অন্তঃ বিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা ; গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলৰ ৰাওনা December 17, 2025 Sonakshi Sarkar গুৱাহাটী বিশ্ববিদ্যালয়ৰ বেডমিণ্টন দলটোৱে ১৭ৰ পৰা ২১ ডিচেম্বৰলৈ ওড়িশাৰ সম্বলপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা (পুৰুষ) ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীৰ পৰা ৰেলযোগে ৰাওনা হৈছে। ডঃ নিতুল কলিতাৰ…
Sports মিনি নিলামত ছয় অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ ৪৫.৭০ কোটি টকাত বিক্ৰী December 17, 2025 Sonakshi Sarkar আবুধাবিত মঙলবাৰে অনুষ্ঠিত হয় আই পি এল ২০২৬ৰ মিনি নিলাম। ৪৮ জন ভাৰতীয় আৰু ২৯ জন বিদেশী খেলুৱৈৰ বাবে মুঠ ২১৫.৪৫ কোটি টকা ব্যয় কৰা হৈছিল। ছয়জন অষ্ট্ৰেলিয়ান খেলুৱৈক ৪৫.৭০…
Sports ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত আই পি এল December 16, 2025 Sonakshi Sarkar ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পৰৱৰ্তী ছিজন ২৬ মাৰ্চৰ পৰা ৩১ মে’ৰ ভিতৰত (প্ৰতিযোগিতাখনৰ নিৰ্ধাৰিত সময়) অনুষ্ঠিত হ’ব। কিন্তু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে নিজৰ ঘৰুৱা খেলপথাৰ বেংগালুৰুত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেল…
Sports কলকাতাত উপস্থিত লিয়নেল মেছি December 13, 2025 Sonakshi Sarkar ২০২২ চনৰ ফিফা বিশ্বকাপত আৰ্জেণ্টিনাক জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আৰু ৮বাৰৰ বেলন ডি অ’ৰ বিজয়ী অধিনায়ক লিয়নেল মেছিয়ে ভাৰতৰ মাটিত উপস্থিত হৈছে। শনিবাৰে পুৱা কলকাতাত উপস্থিত হয় মেছি। তেওঁ…
Sports ৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতৰ ব্ৰঞ্জৰ পদক December 11, 2025 Sonakshi Sarkar ৯ বছৰৰ অন্তত জুনিয়ৰ হকী বিশ্বকাপত ভাৰতে ব্ৰঞ্জৰ পদক লাভ কৰে। জুনিয়ৰ দলটোৱে অন্তিম ১১ মিনিটত চাৰিটা গ’ল দি ২০২১ চনৰ চেম্পিয়ন আৰ্জেণ্টিনাক ৪-২ গ’লত পৰাস্ত কৰে।দুবাৰৰ বিশ্ব চেম্পিয়ন ভাৰতীয়…
Sports এদিনীয়া বেটিং ৰেংকিঙৰ দ্বিতীয় স্থানত বিৰাট কোহলী, শীৰ্ষত ৰোহিত December 11, 2025 Sonakshi Sarkar ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ বিৰাট কোহলীয়ে শ্ৰেষ্ঠ এদিনীয়া বেটছমেনৰ স্থান পুনৰ দখল কৰাৰ প্ৰচেষ্টাত আগবাঢ়ি গৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি)ৰ শেহতীয়া এদিনীয়া বেটিং ৰেংকিঙত দ্বিতীয় স্থান দখল কৰে। ২০২১…
Sports আই পি এলত ১১০ জন বিদেশী খেলুৱৈসহ ৩৫০ ক্ৰিকেটাৰৰ হ’ব নিলাম December 9, 2025 Sonakshi Sarkar অহা ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ নিলামত ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈকে ধৰি মুঠ ৩৫০ গৰাকী ক্ৰিকেটাৰৰ নিলাম হ’ব। শেহতীয়াকৈ এদিনীয়া…