Category: Political

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ ওমৰ আব্দুল্লাৰ

জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ পিছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰা হৈছে। এনচিপিৰ সভাপতি ওমৰ আব্দুল্লাই বুধবাৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন…

জম্মু আৰু কাশ্মীৰৰ কাঠুৱাত নিৰ্বাচনী সভাতে ঢলি পৰিল মল্লিকাৰ্জুন খাৰ্গে

জম্মু আৰু কাশ্মীৰৰ কাঠুৱা জিলাত এখন নিৰ্বাচনী সভা সম্বোধন কৰি থাকোতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে মঞ্চতে মূৰ্চ্ছা যায়। খাৰ্গে কাঠুৱাত প্ৰাণ হেৰুওৱা কনিষ্টবলক শ্ৰদ্ধাঞ্জলি জনাই থকা অৱস্থাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি…

বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া মন্তব্যক লৈ বাংলাদেশৰ ক্ষোভ

ঝাৰখণ্ডত বাংলাদেশীক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দিয়া মন্তব্যক লৈ বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে তীব্ৰ আপত্তি জনাইছে।বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে ২৩ ছেপ্টেম্বৰৰ নিশা এক বিবৃতি জাৰি কৰি কয়, বাংলাদেশৰ নাগৰিক সন্দৰ্ভত ঝাৰখণ্ডত…

‘এক দেশ, এক নিৰ্বাচন’ৰ প্ৰস্তাৱক বিৰোধীতা ১৫ ৰাজনৈতিক দলৰ

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে অনুমোদন জনোৱা সমিতিৰ প্ৰতিবেদন অনুসৰি, ‘এক দেশ, এক নিৰ্বাচন’ সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ সমিতিয়ে ৬২ টা ৰাজনৈতিক দলৰ সৈতে আলোচনা কৰিছিল, যাৰ ভিতৰত ৪৭টাই সঁহাৰি জনাইছিল। ইয়াৰ ভিতৰত,…

দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক জামিন উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে জামিন প্ৰদান কৰে। সুৰা নীতি সম্পৰ্কীয় গোচৰটোত চিবিআইৰ এজাহাৰত এই জামিন দিয়া হৈছে।কেজৰিৱালক ১০ লাখ টকাৰ বণ্ডত জামিন দিয়া হৈছে। এই ক্ষেত্ৰত, ন্যায়াধীশ…

উত্তৰ- পূবত পথ নিৰ্মাণত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বিত্তীয় বৰ্ষত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ চতুৰ্থ পৰ্যায় (পিএমজিএছৱাই) ৰূপায়ণৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰকাশিত তথ্য অনুসৰি ২৫,০০০ বসতি অঞ্চললৈ নতুন…

উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় লোকসকলৰ পৰিচয় সংৰক্ষণ কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে কয় যে উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ জনজাতীয় লোকসকলৰ সংস্কৃতি, ভাষা আৰু পৰিচয় সংৰক্ষণ কৰি সৰ্বাংগীন উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

বাংলাদেশ ত্যাগ কৰিব নোৱাৰিব ১৭ জন প্ৰাক্তন মন্ত্ৰীয়ে

বাংলাদেশৰ এখন আদালতে সোমবাৰে প্ৰাক্তন বৈদেশিক মন্ত্ৰী মোঃ হাছান মাহমুদকে ধৰি ১৭ জন প্ৰাক্তন মন্ত্ৰী আৰু বহিষ্কৃত শ্বেখ হাছিনা চৰকাৰৰ নজন আইন প্ৰণেতাক দেশ ত্যাগ কৰিবলৈ বাধা প্ৰদান কৰে। এই…

দেশৰ জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ ন্যায়ালয়তহে আছে মহিলা অনুকূল আন্তঃগাঁথনি: মুখ্য ন্যায়াধীশ

ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) ডি ৱাই চন্দ্ৰচূড়ে দেওবাৰে কয় যে জিলা পৰ্যায়ৰ মাত্ৰ ৬.৭ শতাংশ আদালতত মহিলা-অনুকূল আন্তঃগাঁথনি আছে আৰু এই পৰিস্থিতি সলনি হোৱা প্ৰয়োজন। জিলা ন্যায়পালিকাৰ ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ…

ৰাজ্যৰ ৪খন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মৰ্যদা অসম চৰকাৰৰ

ভাষিক অন্তৰ্ভুক্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অসম চৰকাৰে বৃহস্পতিবাৰে ৰাজ্যৰ চাৰিখন জিলাত মণিপুৰীক সহযোগী চৰকাৰী ভাষা হিচাপে মনোনীত কৰি অসম চৰকাৰী ভাষা (সংশোধনী) বিধেয়ক, ২০২৪ গৃহীত কৰে। এই গুৰুত্বপূৰ্ণ…