Category: News

ঘূৰ্ণীবতাহ ৰেমালৰ ফলত উত্তৰ পূবত ৩৫ জন লোকৰ মৃত্যু

ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰলয়ৰ ফলত উত্তৰ-পূবৰ ৰাজ্যসমূহত এতিয়ালৈকে ৩৫ জন লোকৰ মৃত্যু হৈছে। ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত মুষলধাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত মিজোৰাম, অসম, নাগালেণ্ড, মেঘালয়ত ৩৫ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰে…

৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী গাঁওৰ এগৰাকী ব্যক্তিৰ সততা আৰু মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটো | ফৰিজুল হক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে বাটত হেৰাই পোৱা…

ৰাজস্থানত গৰমৰ ফলত দুদিনত ১৩জনৰ মৃত্যু

প্ৰচণ্ড গৰমৰ কবলত পৰিছে সমগ্র দেশ। ইয়াৰ পৰা হাতসাৰি যোৱা অসমৰ লগতে সমগ্র উত্তৰ পূৰ্বাঞ্চল। গুৱাহাটী মহানগৰত তাপমাত্ৰা ৪০ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছে। দেশৰ কিছু অংশত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলচিয়াছলৈ…

৫৪৩ খন লোকসভা আসনৰ ভিতৰত ৪২৮ খনত ভোটদান সম্পন্ন

লোকসভা নিৰ্বাচন ২০২৪ সম্পন্ন হোৱাৰ দিশে আগবাঢ়িছে । সাতটা পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পাঁচটা পৰ্যায়ৰ ভোটদান সম্পন্ন হৈছে। পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ সোমবাৰে সমাপ্ত হয়। ৬ খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয়…

বৰপেটা জিলা কমিটি গঠন

অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন…

মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে’ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ…

ইউএনএলএফ-পিৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট-পি (ইউএনএলএফ-পি)ৰ ৩৪ জন সশস্ত্ৰ উগ্ৰপন্থীয়ে ম্যানমাৰৰ পৰা মণিপুৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁলোকৰ স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰৰে অসম ৰাইফলছ দলৰ সন্মুখত আত্মসমৰ্পণ কৰে। বিষয়াই এই কথা…

ড০ বীৰুবালা ৰাভাক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক:  বহুবাক

পদ্মশ্ৰী প্ৰাপক ড০ বীৰুবালা ৰাভা আজি দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাত ৰাজ্যৰ ভিন-ভিন দল-সংগঠনে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ।সংবাদ প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বহুভাষিক…

ৰাজ্যত পুনৰ উন্মোচিত হৈছে যাতায়ত ও স্বাস্হ্য বিভাগৰ ফোপলাস্বৰূপ

কিন্তু নিৰ্বাচন যায় আহে৷চৰকাৰ পৰিবৰ্তন হয়৷যদিও ৰাইজৰ সমস্যা আজিলৈকে সমস্যা হৈয়েই থাকি গল৷কিয়নো বৰপেটা জিলাৰ চেঙা সমিষ্টিৰ দক্ষিণ প্ৰান্তৰ চৰাঞ্চল বাসীৰ দীৰ্ঘদিনীয়া এটা জ্বলন্ত সমস্যা হৈছে জলজলী নদীৰ ওপৰত এটা…

২০২৩ত ভাৰতে সামৰিক বাহিনীত ব্যয় কৰিলে ৮৩.৬ বিলিয়ন ডলাৰ

২০২৩ চনত আমেৰিকা যুক্তৰাজ্য, চীন আৰু ৰাছিয়াৰ পিছত ৮৩.৬ বিলিয়ন ডলাৰ ব্যয়ৰে ভাৰত আছিল বিশ্বব্যাপী চতুৰ্থ সৰ্ববৃহৎ সামৰিক ব্যয়কাৰী। এটা স্বতন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে এক প্ৰতিবেদনত এই কথা প্ৰকাশ কৰিছে। ষ্টকহম…