Latest গ্ৰাহকৰ বন্ধ একাউণ্ট সক্ৰিয় কৰিবলৈ এছবিআইৰ দেশজুৰি অভিযান আৰম্ভ December 2, 2024 Sonakshi Sarkar ৰাজহুৱা খণ্ডৰ বেংক ষ্টেট বেংক অফ ইণ্ডিয়াই (এছবিআই) বন্ধ হৈ থকা একাউণ্ট সক্ৰিয় কৰাৰ গুৰুত্বৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ দেশজুৰি অভিযান আৰম্ভ কৰিছে। বেংকটোৱে কয় যে যেতিয়া গ্ৰাহকে দুবছৰতকৈ অধিক…
Latest ভাৰতৰ ২১.২ কোটি প্ৰাপ্তবয়স্ক লোক ডায়েবেটিচত আক্ৰান্ত November 30, 2024 Sonakshi Sarkar যোৱা কেইটামান দশকত অৰ্থনৈতিক বিকাশৰ সৈতে, ভাৰতীয় জীৱনশৈলীও দ্ৰুতগতিত সলনি হৈছে। ইয়াৰ কিছুমান ইতিবাচক আৰু কিছু নেতিবাচক প্ৰভাৱ পেলাইছে। জীৱনশৈলী আৰু খাদ্যৰ এই পৰিৱৰ্তনে দ্ৰুতগতিত ভাৰতীয়সকলক প্ৰভাৱিত কৰিছে। ইয়াৰ ফলত,…
Latest অষ্ট্ৰেলিয়াত শিশুক সামাজিক মাধ্যমৰ পৰা আঁতৰাই ৰাখিবলৈ সংসদত বিধেয়ক উত্থাপন November 21, 2024 Sonakshi Sarkar অষ্ট্ৰেলিয়াৰ সংসদৰ নিম্ন সদনত এখন বিধেয়ক উত্থাপন কৰা হৈছে। ইয়াৰ অধীনত, ১৬ বছৰৰ তলৰ শিশুৰ দ্বাৰা ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে। বিধেয়কখন বৃহস্পতিবাৰে উত্থাপন কৰা হয়। অষ্ট্ৰেলিয়াৰ…
Latest বাকসা জিলাত বন্যহস্তীৰ দেহত ৰেডিঅ’ কলাৰ সংস্থাপন November 21, 2024 Sonakshi Sarkar অসমৰ বন বিভাগ আৰু বি টি আৰৰ অন্তৰ্গত বাকসা বন সংমণ্ডলে বাকসা জিলা আৰু আৰক্ষী প্ৰশাসনৰ সহায়ত গ্ৰহণ কৰা এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে জিলাখনৰ কমেও ৫০ বন্যহস্তীৰ এটা জাকৰ…
Latest অসমসহ চাৰি ৰাজ্যৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত বিলম্ব হোৱাত উদ্বিগ্ন উচ্চতম ন্যায়ালয় November 20, 2024 Sonakshi Sarkar অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু অসমত সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াত পলম হোৱাৰ বাবে উচ্চতম ন্যায়ালয়ে মঙলবাৰে উদ্বেগ প্ৰকাশ কৰে। ২০২০ চনৰ ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা প্ৰক্ৰিয়াটো স্থগিত ৰখাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰাৰ পিছত…
Latest কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ November 20, 2024 Sonakshi Sarkar ৰাজ্য চৰকাৰে সলনি কৰিলে কৰিমগঞ্জ জিলাৰ নাম। কৰিমগঞ্জ জিলাক নতুনকৈ ‘শ্রীভূমি জিলা’ হিচাপে নামকৰণ কৰিছে ৰাজ্য চৰকাৰে। মঙলবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিন্ধান্ত লোৱাৰ পিছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই…
Latest দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ ৰাজধানী দিল্লী November 18, 2024 Sonakshi Sarkar দিল্লীত বায়ু প্ৰদূষণ নিৰন্তৰ ভাৱে বৃদ্ধি পাই আছে। দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড সূচক (একিউআই) আছিল ৪৪১। ইয়াৰ ফলত দিল্লী দেশৰ দ্বিতীয় আটাইতকৈ দূষিত চহৰ হিচাপে পৰিগণিত হয়। কেন্দ্ৰীয়…
Latest ভাৰতৰ পৰা শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ বিচাৰিব বাংলাদেশে November 18, 2024 Sonakshi Sarkar বাংলাদেশৰ কাৰ্যকৰী প্ৰধান তথা নবেল বঁটা বিজয়ী মুহাম্মাদ ইউনুছে দেওবাৰে দেশবাসীক সম্বোধন কৰি কয় যে তেওঁৰ চৰকাৰে ভাৰতৰ পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যাৰ্পণ বিচাৰিব। শ্বেখ হাছিনাই আগষ্টত ব্যাপক প্ৰতিবাদৰ…
Latest টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা টিম চাউথীৰ November 15, 2024 Sonakshi Sarkar নিউজিলেণ্ডৰ দ্ৰুত বলাৰ টিম চাউথীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ২৮ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন খেলৰ ঘৰুৱা টেষ্ট শৃংখলাৰ পিছত তেওঁ তেওঁৰ টেষ্ট কেৰিয়াৰ সমাপ্ত কৰিব।…
Latest মেঘালয়ৰ বিদ্ৰোহী গোট এইচএনএলচিক নিষিদ্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰে November 15, 2024 Sonakshi Sarkar কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে মেঘালয়স্থিত বিদ্ৰোহী গোট হাইনিভট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলক (এইচএনএলচি) হিংসাত লিপ্ত হোৱা আৰু ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ বিপৰীতে কাৰ্যকলাপ চলোৱাৰ বাবে পাঁচ বছৰৰ বাবে নিষিদ্ধ সংগঠন হিচাপে ঘোষণা…