Category: Latest

বর্ণালী সাংস্কৃতিক কেন্দ্ৰৰ একাদশ প্ৰতিস্থা দিৱসত “শ্ৰীকৃষ্ণ লীলা” দ্বিতীয় শীৰ্ষক চলচিত্ৰৰ শুভ মহুৰত

অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত বিষয়া মঞ্জুলা ভট্ৰাচায্যৰ বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুস্থানটিত সমবেত সংগীত, সত্ৰীয়া নৃত্য ,গীত ,কবিতা পাঠ আদি ৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুস্থিত হৈ যোৱা চিত্ৰাংকণ প্ৰতিযোগিতা…

ডিব্রুগড় নিৰ্বাচনী জিলাত ষ্টেটিক ছাৰ্ভিলেন্স আৰু ফ্লায়িং স্কোৱাডৰ  তালাচী অভিযানত  নগদ ধন জব্দ

ডিব্ৰুগড় নিৰ্বাচন জিলাত নিৰ্বাচনী আদৰ্শ আচৰণ বিধি বলৱৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটাৰক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে আদৰ্শ আচৰণ বিধি কোষে…

চিডচ ইনিশিয়েটিভে সম্প্ৰদায়বোৰত সুৰক্ষিত খোৱা পানীৰ বাবে টেৰা ফিল্টাৰ ব্যৱহাৰ কৰে

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ পেটেণ্ট লাভ কৰা বৈপ্লৱিক উদ্ভাৱন টেৰা ফিল্টাৰ্ছে যিকোনো জৰুৰীকালীন পৰিস্থিতিত বিশেষকৈ বানপানীৰ সময়ত প্ৰাকৃতিক দুৰ্যোগে তচনচ কৰা অঞ্চলসমূহত আশাৰ ৰেঙণি হৈ…

আৰ্কাইভ কনজাৰ্ভেটৰ কাৰ্যসূচীৰ জৰিয়তে ১০০০ প্ৰাৰ্থীক প্ৰশিক্ষণৰ লক্ষ্য স্কিল ইণ্ডিয়া অভিযানৰ

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট স্কিলছ কাউন্সিলে (এমইএছচি) নেচনেল আৰ্কাইভ অৱ ইণ্ডিয়া(এনএআই)ৰ সহযোগত নতুন দিল্লীৰ য়ুথ ৱ’মেন খ্ৰীষ্টান সংস্থা(ৱাইডব্লিউচিএ)ত এনএছকিউএফ-এলাইন আৰ্কাইভেল কনজাৰ্ভেটৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীয়ে ১০০০গৰাকী…

বিৰুবাৰীত সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন

মিচিং সমাজৰ সাংস্কৃতিক ইতিহাসস্বৰূপ “মিচিং সংস্কৃতিৰ আলেখ্য” ৰ স্ৰষ্টা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক বৰেণ্য সাহিত্যিক, তাত্বিক সমালোচক, লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যাচাৰ্য ভৃগুমুনি কাগয়ুংৰ স্মৃতিচাৰণ আৰু সোঁৱৰণী পুথিভঁৰালৰ দ্বাৰ উন্মোচন আজি মহানগৰীৰ…

থুমছ আপৰ দ্বাৰা অভিযুক্ত আমিৰ খান আৰু দৰ্ছিল চাফাৰীক লৈ নতুন অভিযান আৰম্ভ কৰিছে

জনপ্ৰিয় ব্ৰেণ্ড কোকা-কোলাৰ নতুন পানীয় ব্ৰেণ্ড থামছ আপে মুকলি কৰিছে নতুন অভিযান। এই “মাইণ্ড চাৰ্জড, বডী চাৰ্জড” কেম্পেইনত অভিনয় কৰিছে জনপ্ৰিয় তাৰকা আমিৰ খান আৰু দৰ্শীল চাফাৰীয়ে। এই কেম্পেইনত থামছ…

নগাঁৱৰ শংখধ্বনিলৈ শ্ৰেষ্ঠ ভাওনা দলৰ সন্মান

মঞ্জুলা কলা কেন্দ্ৰৰ উদ্যোগত যোৰহাট বৰখঙীয়াত শিক্ষাবিদ, ৰূপকাৰ সোণধৰ বৰা সোঁৱৰণী সমন্বয় ক্ষেত্ৰ আৰু শ্ৰীশ্ৰী নাৰায়ন চন্দ্ৰ দেৱ গোস্বামী সোঁৱৰণী অস্থায়ী নাট ঘৰত যোৱা ২২ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ আয়োজিত…

কাউলী আদৰ্শ জাতীয় বিদ্যালয়ে ৰূপালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ  সক্ষম হোৱাটো কম গৌৰৱৰ কথা নহয়- এই মন্তব্য অসম বিধান সভাৰ অধ্যক্ষ -বিশ্বজিত দৈমাৰী

দেওবাৰে তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী কাউলীস্থ আদৰ্শ জাতীয় বিদ্যালয় কাউলীৰ ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱৰ মুকলি সভা উদ্বোধন কৰি তেওঁ এই মন্তব্য…

সুৱেৰীত আনন্দত বুৰ গ’ল শৰণীয়া তিনিশ পৰিয়াল

দৌলোৎসৱৰ আজিৰ দিনটোত ৰং বিৰঙৰ আবিৰেৰে ৰঞ্জিত হৈ পৰিল ঐতিহাসিক গোপাল আতা আৰু আই পদ্মপ্ৰিয়া সত্ৰৰ লগতে পুৰণ ভৱানীপুৰৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণ। দিনৰ প্ৰায় এঘাৰ বজাত গোঁসাইক দৌলৰ পৰা অৱৰোহণ…

২০১৮ৰ পৰা একেৰাহে চতুৰ্থ বাৰলৈ বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী দিল্লী

চুইজাৰলেণ্ডৰ গ্ৰুপ আইকিউ এয়াৰে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ আৰু দেশৰ ৰাজধানীৰ এখন তালিকা প্ৰকাশ কৰিছে। আকৌ এবাৰ, ভাৰতৰ ৰাজধানী দিল্লী বিশ্বৰ আটাইতকৈ প্ৰদূষিত ৰাজধানী হৈ পৰিছে। তথ্য অনুসৰি, গুৱাহাটী মহানগৰ…