Education Health বিশ্ব ধপাত-বিৰোধী দিৱস June 1, 2024 editor ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ অনুষ্ঠান বিষয়া তথা ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক সপ্তম হাজৰিকাৰ পৰিচালনাত বৰপেটা মহাবিদ্যালয়ত এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসে কয় যে ধপাত…
Health টুপামাৰীত চকু পৰীক্ষা শিবিৰ May 31, 2024 editor ছমৰীয়া সমিষ্টিৰ অন্তৰ্গত টুপামাৰীস্হ প্ৰয়াস শিশু পুথিভঁৰালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেচৰকাৰী সংস্হা আমাৰ প্ৰয়াস গোষ্ঠীৰ উদ্যোগত আৰু ই আৰ চি আই কেয়াৰৰ সহযোগত এদিনিয়াকৈ অনুষ্ঠিত হয় বিনামুলীয়া চকু পৰীক্ষা শিবিৰ |…
Health Latest উত্তৰ প্ৰদেশত প্ৰচণ্ড গৰমৰ ফলত ১৬২ জনৰ মৃত্যু May 31, 2024 editor বৰ্তমান সময়ত দেশৰ অধিক সংখ্যক ৰাজ্য প্ৰচণ্ড গৰমৰ সৈতে তীব্ৰ হিটৱেভৰ সৈতে যুঁজি আছে। ইয়াৰ ফলত, বহুতো ৰাজ্যত বহু লোকৰ মৃত্যু হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এতিয়ালৈকে দেশৰ বিভিন্ন ৰাজ্যত হিটৱেভ…
Health হেকৰা-দলাগাঁও-পদুপাৰা পথৰ শোচনীয় অৱস্থা May 22, 2024 editor এখন কাঠৰ দলঙে উদঙাইছে চৰকাৰৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপ। স্থানীয় লোকে ব্যক্ত কৰা মতে,বকো সমষ্টিৰ হেকৰাৰ পৰা দলগাঁও হৈ পূৰ্বৰ দুধনৈ সমষ্টিৰ পদুপাৰালৈ যোৱা একমাত্ৰ পথটোৰ অৱস্থা অতিকৈ বিধ্বস্ত। বাৰিষাৰ সময়ছোৱাত…
Health ২০৫০ চনলৈ পুৰুষৰ গড় আয়ুস ৭৫,মহিলাৰ ৮০ বছৰলৈ বৃদ্ধিৰ সম্ভাৱনা May 18, 2024 news editor ‘দ্য লেঞ্চেট’ আলোচনীত প্ৰকাশিত এক গোলকীয় অধ্যয়নত কোৱা হৈছে যে ২০২২ আৰু ২০৫০ চনৰ ভিতৰত পুৰুষৰ আয়ুস প্ৰায় পাঁচ বছৰ আৰু বিশ্বব্যাপী মহিলাৰ আয়ুস চাৰি বছৰতকৈ অধিক উন্নত হ’ব বুলি…
Health Latest নগৰবেৰাত বান্দৰক হত্যা May 18, 2024 editor নগৰবেৰাৰ দোকুচি পুখুৰীপাৰা গাঁৱত দুদিনমানৰে পৰা দুৰ্গন্ধত বাহিৰলৈ ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱাত গাওঁৰ একাংশ লোকে অনুসন্ধান কৰি বিচাৰি পালে দুৰ্গন্ধৰ প্ৰকৃত উৎস। ঘটনা অনুসৰি প্ৰকাণ্ড বান্দৰ এটাৰ ডিঙিত এডাল…
Health কেৰালাত ৱেষ্ট নাইল জ্বৰৰ প্ৰাদুৰ্ভাৱ May 8, 2024 news editor কেৰালাত ৱেষ্ট নাইল জ্বৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে। সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে এই জ্বৰ বিয়পে। এইকাৰণেই কেৰালাৰ স্বাস্থ্য বিভাগে সকলো জিলাতে বৰ্ষা ঋতুৰ পূৰ্বে পৰিচ্ছন্নতা অভিযান চলোৱাৰ নিৰ্দেশ জাৰি কৰে। কিয়নো…
Health ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত: ভাৰত বায়োটেক May 3, 2024 Sonakshi Sarkar ভাৰত বায়োটেকে দাবী কৰে যে তেওঁলোকৰ ক’ভিড-১৯ ভেকছিন কভাক্সিন সুৰক্ষিত আৰু যিকোনো পাৰ্শ্বক্ৰিয়াৰ পৰা মুক্ত। ভাৰত বায়োটেকৰ এই বিবৃতিটো ব্ৰিটিছ ফাৰ্মাচিউটিকেল কোম্পানী এষ্ট্ৰজেনেকাৰ ইউকে আদালতত পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰৰ সময়তে আহিছে।…
Health কোৰোনা ভেকছিনৰ প্ৰমাণপত্ৰত থাকিব কেৱল প্ৰধানমন্ত্ৰীৰ বাৰ্তা May 2, 2024 news editor কভিশ্বিল্ড ভেকছিনৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কীয় বাতৰিৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো দেশৰ কোৰোনা ভেকছিন প্ৰমাণ পত্ৰৰ পৰা আঁতৰাই দিয়া হৈছে। এতিয়া ডাউনলোড কৰা প্ৰমাণপত্ৰসমূহত, ফটোখনৰ পৰিৱৰ্তে, কেৱল প্ৰধানমন্ত্ৰীৰ বাৰ্তা লিখা হৈছে,…
Health ডায়েৰিয়া, ষ্ট্ৰোক আৰু হৃদৰোগত মৃত্যুৰ সংখ্যা হ্ৰাস হোৱাত বিশ্বব্যাপী মানুহৰ আয়ুস বৃদ্ধি April 8, 2024 news editor দ্য লেঞ্চেটত প্ৰকাশিত এক নতুন অধ্যয়ন অনুসৰি ১৯৯০ চনৰ তুলনাত ২০২১ চনত সমগ্ৰ বিশ্বৰ মানুহে গড়ে ছয় বছৰতকৈ অধিক জীৱন যাপন কৰি আছে। অধ্যয়ন অনুসৰি, যোৱা তিনিটা দশকত ভাৰতত আঠ…