Category: Health

শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দিষ্ট কফ চিৰাপ ব্ৰেণ্ডকেইটালৈ সতৰ্কবাণী জাৰি কৰিছে

বিগত সময়ছোৱাত কফ চিৰাপ সেৱনৰ ফলত দেশত কেইবাটাও শিশুৰ অকাল বিয়োগ ঘটাৰ পাছত শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দিষ্ট কফ চিৰাপ ব্ৰেণ্ডকেইটালৈ সতৰ্কবাণী জাৰি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাই লগতে ইয়াকো কয় যে…

শৰৎ মানেই শেৱালিৰ সুবাস!অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা

শেৱালী ফুলৰ সুবাসেৰে আমোলমোলাইছে চৌদিশ, অপূৰ্ব গোন্ধৰ অধিকাৰী এই ফুলৰো আছে অনেক উপকাৰিতা।শেৱালী ফুল কেৱল ধৰ্মীয় দৃষ্টিকোণৰ পৰাই নহয়, কিন্তু ইয়াৰ ঔষধি গুণাগুণবোৰো অতি আশ্চৰ্যজনক, জাৰ্নেল অৱ মেডিচিনেল প্লান্টৰ অধ্যয়নৰ…

আচৰিত গুণেৰে ভৰপূৰ মধুৰিআম

মধুৰিআমত ভিটামিন চি, খনিজ লৱণ, আয়ৰন আৰু ফলিক এচিডৰ দৰে পুষ্টিগুণে ভৰপূৰ, যাৰ ফলত ই কোষ্ঠকাঠিন্য দূৰ কৰে, হাড় ও দাঁত শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ইয়াৰ উপৰিও,…

মানৱ শৰীৰৰ গঠনক লৈ বৈজ্ঞানিক বিপ্লৱ

মানৱ শৰীৰৰ গঠন আৰু কাৰ্যপদ্ধতিৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এটা ডাঙৰ অগ্ৰগতি ঘটিছে। নেদাৰলেণ্ডছ ক্যান্সাৰ ইনষ্টিটিউটৰ গৱেষকসকলে মানুহৰ গলাৰ ভিতৰত লুকাই থকা এটা নতুন ধৰণৰ লালাগ্ৰন্থি আৱিষ্কাৰ কৰিছে, যাৰ বিষয়ে…

শিশুয়ে মাটি খোৱা অভ্যাস আঁতৰাবলৈ কৰিব লগা কাম

সৰুতে অধিকাংশ শিশুয়েই কেতবোৰ বেয়া অভ্যাসৰ চিকাৰ হয়। পিতৃ-মাতৃৰ কঠোৰ প্ৰচেষ্টাৰ পাছতো তেওঁলোকে এই অভ্যাসবোৰ ত্যাগ কৰাৰ নাম নলয়।শিশু এনে এক অতি স্বাভাৱিক বেয়া অভ্যাস হৈছে মাটি খোৱা।মাটি খোৱাৰ ফলত…

জ্বৰ নামিব নোৱাৰিলে চিকিৎসালয়লৈ যাওঁক তত্‍ক্ষণাত

বৰ্তমান সময়ত বহু ৰোগীয়ে চিকিৎসালয়ত ভিৰ জমাইছে, যাৰ জ্বৰ সাধাৰণ পেৰাছিটামলৰ দৰে ঔষধে সহজে নামিব পৰা নাই। চিকিৎসকে কয়, ইয়াৰ কাৰণ ঔষধৰ অকাৰ্যক্ষমতা নহয়, বরঞ্চ ভাইৰাছ সংক্রমণৰ প্ৰকৃতি আৰু ৰোগীৰ…

মহিলাই অধিক বিষ অনুভৱ কৰে: বৈজ্ঞানিক গৱেষণাৰ তথ্য

বহু পুৰুষে নিজৰকেই ‘শক্তিশালী’ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰে, আৰু মহিলাক ‘দুৰ্বল’ বুলি আখ্যা দিয়া সমাজত বহু পুৰণি ধাৰণা। কিন্তু এই বিষয়টো লৈ বিজ্ঞান কি কয়, সেইটো জানিলে বহুতে হয়তো…

মদ্যপান নহয়, সংযমেই হ’ল হৃদ্‌ৰক্ষা!

বিশ্বখ্যাত কাৰ্ডিঅ’লজিষ্ট তথা হৃদ্‌পিন্ড প্ৰতিস্থাপন চৰ্জন ড° দিমিত্রি ইয়াৰানৱে সাম্প্ৰতিকভাৱে এখন ইনষ্টাগ্ৰাম ভিডিঅ’ৰ জৰিয়তে দীৰ্ঘদিন ধৰি মদ্যপান কৰাৰ ফলত হ’ব পৰা ভয়ংকৰ স্বাস্থ্যঝুঁকিৰ বিষয়ে সতর্ক কৰিছে। ভিডিঅ’টোত তেওঁ কয় যে…

ভাৰতত ৩১ শতাংশ মৃত্যুৰ কাৰণ হৈছে হৃদৰোগ

ভাৰতত প্ৰায় ৩১ শতাংশ মৃত্যুৰ কাৰণ হৃদৰোগ আৰু দেশত মৃত্যুৰ প্ৰধান কাৰণ হৈয়েই আছে হৃদৰোগ। ভাৰতৰ মহাপঞ্জীয়কৰ অধীনত নমুনা পঞ্জীয়ন জৰীপ (SRS) য়ে দাখিল কৰা শেহতীয়া তথ্যত এই কথা পোহৰলৈ…

ফেটি লিভাৰ কি ? ফেটি লিভাৰ হোৱাৰ কাৰণসমূহ কি কি ? 

বৰ্তমান সময়ত বহুলোক ফেটি লিভাৰৰ সমস্যাত আক্ৰান্ত হোৱা দেখা যায় । মূলতঃ খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি জীৱনশৈলীৰ ধাৰণা আদিৰ বাবে এই ৰোগ হোৱা পৰিলক্ষিত হয় । বৰ্তমান মানুহৰ মাজত আধুনিক…