Category: Economy

২০২৪ত ভাৰতৰ জিডিপিত ২১.১৫ ট্ৰিলিয়ন টকাৰ অৰিহণা যোগাব পৰ্যটন খণ্ডই

অৰ্থনৈতিক বিকাশ আৰু সাংস্কৃতিক বিনিময়ৰ প্ৰচাৰত পৰ্যটনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰিবলৈ প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে সকলোৰে বাবে দায়িত্বশীল, বহনক্ষম…

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে ৩১৮৩.২৪ কোটি টকা আৱণ্টন বিত্ত মন্ত্ৰীৰ

কেন্দ্ৰীয় বাজেটত এইবাৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে মুঠ ৩১৮৩.২৪কোটি টকা আৱণ্টন কৰা হৈছে, যি হৈছে আগৰ বিত্তীয় বৰ্ষৰ সংশোধিত বাজেটতকৈ ৫৭৪.৩১কোটি টকা অধিক।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে মঙলবাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ…

আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । কহৰাৰ…

হোজাই কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন সম্পন্ন

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ ত্ৰিংশত্তম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন ৮ আৰু ৯ জুন তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে লামডিং আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত লামডিং আজাদ হিন্দ পাব্লিক লাইব্ৰেৰী আৰু ৰেলৱে’ ইনষ্টিটিউটত অনুষ্ঠিত হয়।…

৭০ বছৰীয়া বৃদ্ধই হেৰাই পোৱা টকাসহ বেগ মাতি নি দিলে ওভতাই

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত টুপামাৰী গাঁওৰ এগৰাকী ব্যক্তিৰ সততা আৰু মহানুভৱতাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বৃহত্তৰ অঞ্চলটো | ফৰিজুল হক নামৰ ৭০ বছৰীয়া বৃদ্ধ গৰাকীয়ে বাটত হেৰাই পোৱা…

২০০০ চনৰ পৰা উত্তৰ পূবে কিমান হেৰুৱালে বনাঞ্চল: ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰশ্ন

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে যোৱা দুটা দশকত লাখ লাখ হেক্টৰ বনাঞ্চল তহিলং কৰা সন্দৰ্ভত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সচিবকে ধৰি চৰকাৰী কৰ্তৃপক্ষৰ পৰা উত্তৰ বিচাৰিছে। এনজিটিয়ে ভাৰতীয় জৰীপৰ…

মণিপুৰৰ পৰা বাহিৰলৈ যোৱা অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক ২৬ মে’ত কেন্দ্ৰীয় লোক সেৱা আয়োগৰ (ইউপিএছচি) পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰাৰ বাবে হিংসাপীড়িত পাহাৰীয়া জিলাৰ অসামৰিক সেৱা প্ৰাৰ্থীসকলক প্ৰতিদিনে ৩,০০০ টকা পৰিশোধ কৰিবলৈ…

দেশৰ ১৯ টা আৰবিআই কাৰ্যালয়ত ২০০০ টকাৰ নোট জমা কৰাৰ ব্যৱস্থা অব্যাহত

ভাৰতীয় ৰিজাৰ্ভ বেংকে বৃহস্পতিবাৰে কয় যে বিমুদ্ৰাকৰণ কৰা ২০০০ টকীয়া নোটৰ ৯৭.৭৬ শতাংশ বেংকিং প্ৰণালীলৈ উভতি আহিছে। কেন্দ্ৰীয় বেংকটোৱে কয় যে মাত্ৰ ৭,৯৬১ কোটি টকাৰ ২০০০ টকীয়া নোট দেশবাসীৰ হাতত…

গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ সন্দৰ্ভত ডিএলএছএৰ পৰা প্ৰতিবেদন বিচাৰিলে উচ্চতম ন্যায়ালয়ে

উচ্চতম ন্যায়ালয়ে সোমবাৰে কাছাৰ জিলা আইনী সেৱা প্ৰাধিকৰণৰ (ডিএলএছএ) সচিবৰ পৰা এখন প্ৰতিবেদন বিচাৰিছে যে ডলু চাহ বাগিচাত কোনো গছ কাটি দিয়া হৈছে নেকি, য’ত এখন গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ প্ৰস্তাৱ…

বিশ্বৰ তৃতীয় আটাইতকৈ শক্তিশালী সামৰিক শক্তি হোৱাৰ দিশত ভাৰত

ভাৰতে এই বছৰ তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট ৬.২১ লাখ কোটিলৈ বৃদ্ধি কৰিছে। যোৱা বছৰ এই বাজেট ৫.৯ লাখ কোটি আছিল। আগন্তুক ৬ বছৰত ১৩২.২৬ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা বাজেটৰ সৈতে, ভাৰতৰ সেনা…