Category: Business

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বৃদ্ধি পাইছে পৰ্যটকৰ আগমন

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্য়াঘ্ৰ সংৰক্ষিত বনাঞ্চলত বিগত কেইবছৰমানৰ পৰা পৰ্যটকৰ আগমন বৃদ্ধি পাইছে । ২০২৫ চনৰ ২৭ ডিচেম্বৰলৈকে উপলব্ধ চৰকাৰী পৰ্যটনৰ তথ্যই দেশী আৰু বিদেশী পৰ্যটকৰ সংখ্য়া প্ৰকাশ কৰাৰ…

ডাৰ্ক চকলেট আলমণ্ড অৰেঞ্জ কেকৰ সৈতে উৎসৱমুখৰ বেকিঙত এক স্বাস্থ্যকৰ টুইষ্ট যোগ কৰা হৈছে

এই নতুন বছৰত চেফ কবিতা সিঙে তৈয়াৰ কৰা ডাৰ্ক চকলেট আলমণ্ড অৰেঞ্জ কেকৰ সৈতে উৎসৱমুখৰ বেকিঙত এক স্বাস্থ্যকৰ টুইষ্ট যোগ কৰা হৈছে। এই কেকটোত আলমণ্ডৰ আটা, ডাৰ্ক চকলেট, সতেজ কমলাৰ…

নিজৰ মাতৃভাষাটোক কেতিয়াও পাহৰি নাযাবঃ আহ্বান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

বৰ্তমানৰ গোলকীকৰণৰ যুগত আধুনিক ভাষাৰ পয়োভৰৰ মাজতো নিজৰ শিপা আৰু স্বকীয়তা ধৰি ৰখাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। সোমবাৰে জামছেদপুৰৰ সমীপৱৰ্তী কাৰাণ্ডিহৰ দিশম জাহেৰথান প্ৰাংগণত আয়োজিত চাওতালী…

শোকাবহ! বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু মহিলা চিকিৎসকৰ

বছৰৰ শেষৰ ছুটীত ফুৰিবলৈ গৈ পশ্চিমবংগৰ নকশালবাৰীৰ কদমা মোৰ অঞ্চলত এক শোকাবহ পথ দুৰ্ঘটনাৰ বলি হ’ল উত্তৰবঙ্গ মেডিকেল কলেজৰ চাৰিগৰাকী চিকিৎসক। দেওবাৰে সংঘটিত এই দুৰ্ঘটনাত এগৰাকী জুনিয়ৰ চিকিৎসকৰ মৃত্যু হোৱাৰ…

যুৱ প্ৰজন্মক বিশ্বাসঘাতকতা নকৰোঁঃ ৪০ কোটি টকীয়া গুটখাৰ বিজ্ঞাপন প্ৰত্যাখান অভিনেতা সুনীল শেট্টীৰ

সাম্প্ৰতিক সময়ত বলীউডৰ তাৰকা অভিনেতা শ্বাহৰুখ খান, অজয় দেৱগন আৰু অক্ষয় কুমাৰৰ দৰে তাৰকাসকলে গুটখা আৰু পান মছলাৰ বিজ্ঞাপনত অংশ লৈ তীব্ৰ বিতৰ্কৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে বলীউডৰ জ্যেষ্ঠ অভিনেতা…

মুখ্যমন্ত্ৰীৰ শংকৰ-আজান মন্তব্যৰ বিৰুদ্ধে সৰৱ বুদ্ধিজীৱী ড° হীৰেন গোহাঁই

অসমৰ সাম্প্ৰদায়িক সমন্বয়ৰ ঐতিহ্য আৰু ঐতিহাসিক চৰিত্ৰসমূহক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক ড° হীৰেন গোহাঁইয়ে। গুৱাহাটীত…

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞাক লৈ পূৰ্বৰ ৰায়ত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

আৰাৱলী পৰ্বতমালাৰ সংজ্ঞা আৰু সেই অঞ্চলত খনন কাৰ্যৰ নিয়ন্ত্ৰণক লৈ সোমবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে যোৱা ২০ নৱেম্বৰৰ ৰায়টো…

উন্নাও ধৰ্ষণ কাণ্ডঃ কুলদীপ সিং চেংগাৰৰ জামিনত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

উন্নাও ধৰ্ষণ কাণ্ডৰ দোষী সাব্যস্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সিং চেংগাৰৰ যাৱজ্জীৱন কাৰাদণ্ড স্থগিত ৰাখি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা জামিনৰ ওপৰত সোমবাৰে স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। ভাৰতৰ মুখ্য…

যোৱা পাঁচ বছৰত দেশৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে অসমক স্বীকৃতি আৰ বি আইৰ

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক শেহতীয়া প্ৰতিবেদনত অসমক দেশৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পিছতে ৰাজ্যজুৰি এক উৎসাহৰ পৰিৱেশে বিৰাজ কৰিছে। কেন্দ্ৰীয় বেংকটোৰ তথ্য অনুসৰি, যোৱা পাঁচ বছৰত…

ত্ৰিপুৰাৰ শিক্ষাৰ্থীৰ হত্যাকাণ্ড! মূল অভিযুক্তৰ তথ্য দিলে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা প্ৰদ্যুৎ কিশোৰৰ

ডেৰাডুনত বৰ্ণবৈষম্যমূলক মন্তব্যৰ প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক কৰায়ত্ত কৰিবলৈ টিপ্ৰা মোথাৰ মুৰব্বী প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱবৰ্মাই সোমবাৰে ১০ লাখ টকাৰ নগদ পুৰস্কাৰ…