Category: Business

পুনৰ চলিব উচ্ছেদ অভিযান

কাৰ্বি আংলঙৰ সংৰক্ষিত চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে এক বৃহৎ ঘোষণা কৰিছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম বংহাঙে জনোৱা অনুসৰি, জিলাখনৰ পি জি আৰ আৰু ভি জি…

জিৰাৰ উপকাৰী গুণৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি

জিৰা প্ৰায় প্ৰতিখন ঘৰৰ পাকঘৰতে ব্যৱহাৰ কৰা এবিধ সাধাৰণ মছলা। কিন্তু আপুনি জানেনে যে ইয়াৰ বহুতো ঔষধি গুণ আছে? প্ৰতিদিনে ৰাতিপুৱা জিৰাৰ পানী খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে অতি ফলপ্ৰসূ। জিৰাৰ…

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ

আজি পুৱা বাংলাদেশে লাভ কৰে এক দুখবৰ। দেশখনৰ ৰাজনৈতিক ইতিহাসৰ এগৰাকী অন্যতম শক্তিশালী নেত্ৰী তথা বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ (BNP) নেত্ৰী বেগম খালেদা জিয়াৰ আজি দেহাৱসান ঘটিছে। দীৰ্ঘদিন ধৰি গুৰুতৰ অসুস্থতাৰ…

দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগ! এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলটক গ্ৰেপ্তাৰ

দিল্লী বিমানবন্দৰত যাত্ৰীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পাইলট। বিগত ১৯ ডিচেম্বৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাত জড়িত থকা কেপ্তেইন বীৰেন্দ্ৰ চেজৱালক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে অভিযোগ অনুসৰি, অংকিত দেৱান…

পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া অ’এমচি ২০২৬ৰ প্ৰশিক্ষণ আৰু বাছনি কাৰ্যসূচী ঘোষণা টিভিএছএমৰ

টিভিএছ মটৰ কোম্পানীয়ে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ পেছাদাৰী ৰেচাৰ গঢ়ি তোলাৰ অভিযান অব্যাহত ৰাখি পেট্ৰ’নাছ টিভিএছ ইণ্ডিয়া ৱান মেক চেম্পিয়নশ্বিপ (অ’এমচি) ২০২৬ৰ প্ৰশিক্ষণ আৰু নিৰ্বাচন কাৰ্যসূচী ঘোষণা কৰিছে। ২০২৬ চনৰ ১৭…

কাজিৰঙাক লৈ বিশ্বজুৰি অভূতপূৰ্ব উছাহঃ ১২৭ শতাংশ বৃদ্ধি বিদেশী পৰ্যটকৰ আগমন

অসমৰ পৰ্যটন সম্ভাৱনা আৰু বন্যপ্ৰাণীতকৈ সুৰক্ষাক লৈ বিশ্বব্যাপী আস্থা বৃদ্ধিৰ প্ৰমাণ দি কাজিৰঙাত লানি নিছিগা সোঁত বিদেশী পৰ্যটকৰ। অসমৰ বন্যপ্ৰাণীক লৈ বিশ্ববাসীৰ এই আগ্ৰহক ঐতিহাসিক আখ্যা দি ছ’চিয়েল মিডিয়াত বিশেষ…

পুনৰ কৃতিত্ব অৰ্জন পৰিচালক ৰীমা দাসৰ, ভিলেজ ৰকষ্টাৰ্ছ ২-ৰ বাবে লাভ কৰিলে বিশেষ সন্মান

বিশ্ব চলচ্চিত্ৰৰ মানচিত্ৰত অসমীয়া চিনেমাৰ গৌৰৱোজ্জ্বল যাত্ৰা অব্যাহত ৰাখি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ সন্মানিত হ’ল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাস। ২০২৫ চনত মুক্তিপ্ৰাপ্ত তেওঁৰ শেহতীয়া ছবি ‘ভিলেজ ৰকষ্টাৰ্ছ ২’-ৰ বাবে ৰীমা…

বাংলাদেশৰ সৈতে সম্পৰ্কৰ অভিযোগত অসমত গ্ৰেপ্তাৰ চৰমপন্থী গোটৰ ১১ সদস্যক

উত্তৰ-পূৰ্বাঞ্চলৰ নিৰাপত্তা ব্যৱস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা সক্ৰিয় হোৱা সন্ত্ৰাসবাদীৰ কুচক্ৰক লৈ নতুনকৈ উদ্বেগৰ সৃষ্টি হোৱাৰ মাজতে আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সফলতা। বাংলাদেশৰ সৈতে সম্পৰ্ক থকা চৰমপন্থী গোটৰ…

যুগ্ম জীৱনৰ পাতনি মেলিবলৈ সাজু প্ৰিয়ংকা পুত্ৰ ৰাইহান, সম্পন্ন হ’ল বাগদান পৰ্ব

দেশৰ আগশাৰীৰ ৰাজনৈতিক পৰিয়াল গান্ধী-ভাদ্ৰা পৰিয়াললৈ নতুন সদস্যৰ আগমনক লৈ চৰ্চা আৰম্ভ হোৱাৰ মাজতে পোহৰলৈ আহিছে এক সুখবৰ। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু ব্যৱসায়ী ৰবাৰ্ট ভাদ্ৰাৰ পুত্ৰ ৰাইহান ভাদ্ৰাই তেওঁৰ…

এঞ্জেল চাকমাৰ হত্যাকাণ্ডঃ বৰ্ণবৈষম্যৰ অভিযোগ অস্বীকাৰ উত্তৰাখণ্ড আৰক্ষীৰ

দেশৰ বিভিন্ন প্ৰান্তত শিক্ষা আৰু কৰ্মসূত্ৰে থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ নিৰাপত্তাক লৈ নতুনকৈ আৰম্ভ হোৱা বিতৰ্কৰ মাজতে ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাকাণ্ডক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে। সোমবাৰে আৰক্ষীয়ে জনোৱা…