Category: Business

মাডাৰ্ছ ৰেচিপি: “মম ফু” ডিজিটেল অভিযান

প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি পৰিয়ালসমূহে বিশ্বাস কৰি অহা ভাৰতীয় খাদ্য ব্ৰেণ্ড মাডাৰ্ছ ৰেচিপিয়ে সমগ্ৰ উত্তৰ-পূবত নিজৰ ৰেচিপি চছৰ পৰিসৰৰ প্ৰচাৰৰ বাবে “মম ফু: মা কা প্যাৰ ইন এ নিউ অৱতাৰ”…

দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পতিত বলীউড অভিনেতা আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী। খোজকাঢ়ি গৈ থকা অৱস্থাত তীব্ৰবেগী বাইকে খুন্দা মাৰে দুয়োকে।মহানগৰীৰ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল…

এক ব্যতিক্ৰমী ভেলা ঘৰ

ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট(পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন ভাগি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা…

বটদ্ৰৱাৰ বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা

বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত লজ্জাজনক ঘটনা।বটদ্ৰৱাৰ নৱ-নিৰ্মিত পৱিত্ৰ স্থানত যুৱতীৰ অশ্লীল নৃত্য প্ৰদৰ্শন।হিন্দী গানৰ তালে তালে নাচি ৰীলছ বনালে এগৰাকী যুৱতীয়ে।ইয়াছমিনা বেগম নামৰ যুৱতীৰ কৰ্মকাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়া…

জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ

জুবিন গাৰ্গক চিৰযুগমীয়া কৰি ৰখাৰ প্ৰথমটো খোজ । গঠন হ’ল ‘জুবিন গাৰ্গ ন্যাস’ । এই পৰিকল্পনাৰ প্রথম পদক্ষেপ হিচাপে জুবিন গাৰ্গৰ সপোনৰ ঘৰ খাৰঘূলিৰ বাসগৃহতো ন্যাসৰ নামত আগবঢ়াই দিয়া হ’ব…

এআই প্ৰযুক্তিৰ অপব্যৱহাৰক লৈ কেন্দ্ৰৰ কঠোৰ স্থিতি! অশালীন সমল আঁতৰাবলৈ ‘এক্স’লৈ চৰকাৰী জাননী

কৃত্ৰিম বুদ্ধিমত্তা বা এআই প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান অপব্যৱহাৰে নাৰীৰ মৰ্যাদা আৰু সামাজিক পৰিৱেশৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। ছচিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ৰ জেনেৰেটিভ এআই চাটবট ‘গ্ৰক’-ৰ জৰিয়তে অশ্লীল সমল প্ৰস্তুত কৰাৰ…

চৰকাৰী যোগানৰ বিষাক্ত পানী সেৱন কৰি ১৬ জনৰ মৃত্যু! প্ৰশাসনৰ গাফিলতিৰ বলি হ’ল শতাধিক লোক

নিৰ্মল আৰু স্বচ্ছ চহৰৰ ঢাক-ঢোলৰ আঁৰত থকা চৰকাৰী অৱহেলাই কেনেদৰে অকালতে প্ৰাণ কাঢ়িব পাৰে, তাৰ এক ভয়াবহ ছবি পোহৰলৈ আহিছে। মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ ভাগীৰথপুৰা অঞ্চলত চৰকাৰী পাইপলাইনৰ জৰিয়তে যোগান ধৰা…

এআই প্ৰযুক্তিৰে প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ ফেক ভিডিঅ’ প্ৰস্তুত! বিহাৰত আৰক্ষীৰ জালত এজন

আধুনিক প্ৰযুক্তিৰ অপপ্ৰয়োগ কৰি দেশৰ উচ্চ সাংবিধানিক পদত অধিষ্ঠিত ব্যক্তিসকলৰ ভাবমূৰ্তি ম্লান কৰিবলৈ চলোৱা এক ষড়যন্ত্ৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিহাৰ আৰক্ষীয়ে। কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ এআই প্ৰযুক্তি ব্যৱহাৰ কৰি…

ধৰ্মস্থানৰ গম্বুজত উঠি সুৰাপায়ীৰ তাণ্ডৱ! কোৱাৰ্টাৰ বটল মদ বিচাৰি হাৰাশাস্তি

পবিত্ৰ ধৰ্মস্থানৰ পবিত্ৰতা আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থাক বৃদ্ধাংগুষ্ঠ দেখুৱাই এজন সুৰাসক্ত ব্যক্তিয়ে চলোৱা উদ্ভট কাণ্ডই এতিয়া সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিস্থিত শ্ৰী গোবিন্দৰাজ স্বামী মন্দিৰত এজন সুৰাপায়ী ব্যক্তিয়ে নিৰাপত্তাৰক্ষীৰ…

জ্ঞানসমৃদ্ধ সমাজ গঢ়াত কিতাপৰ ভূমিকা অপৰিসীমঃ যুৱপ্ৰজন্মক অধ্যয়নৰ সোৱাদ ল’বলৈ আহ্বান সোণোৱালৰ

এক বৌদ্ধিকভাৱে প্ৰগতিশীল ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সাহিত্য আৰু কিতাপৰ প্ৰাসংগিকতা সদায় গুৰুত্বপূৰ্ণ। গ্ৰন্থমেলাৰ বাকৰিত এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসম গ্ৰন্থমেলাত উপস্থিত হৈ সোণোৱালে আজিৰ যুৱপ্ৰজন্মক অধ্যয়নৰ অভ্যাস গঢ়ি…