Category: Business

মোদীৰ নেতৃত্বতেই ৰোধ হৈছে বিদেশী ষড়যন্ত্ৰ: অসমত ভাষণ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ

অশান্তিৰ সুযোগ লৈ চুবুৰীয়া দেশসমূহে এসময়ত অসমক টুকুৰা-টুকুৰ কৰাৰ যি কুটিল পৰিকল্পনা কৰিছিল, সেয়া এতিয়া ধূলিস্যাত হৈছে। মঙলবাৰে ডিব্ৰুগড় আৰু যোৰহাটত আয়োজিত নিৰ্বাচনী জনসভাক সম্বোধন কৰি এই বিস্ফোৰক দাবী কৰে…

জুবিন গাৰ্গৰ মৃত্যুক লৈ নিৰ্বাচনী ইস্তাহাৰত কংগ্ৰেছৰ প্ৰতিশ্ৰুতি; মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ সমালোচনা

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ আৰম্ভ হৈছে এতিয়া ৰাজ্যত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধ। মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ মৃত্যুক কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত…

খেলৰ মাজতেই জীৱন থমকি ৰ’ল, বেডমিণ্টন খেলুৱৈৰ আকস্মিক মৃত্যু

এজন ব্যক্তিয়ে বন্ধুৰ সৈতে বেডমিণ্টন খেলি থকা সময়ত হৃদৰোগৰ আক্রমণত হঠাৎ মৃত্যুবরণ কৰিছে। এই ঘটনা মঙলবাৰে নতুন দিল্লীৰ বেডমিণ্টন ক’ৰ্টত সংঘটিত হয় যেতিয়া সুধীৰ গুপ্তা নামৰ এই খেলুৱৈজনক খেলা চলাৰ…

ট্ৰাম্পৰ তীব্ৰ বাৰ্তা—আমেৰিকাৰ পৰা তেল নকিনিলে হৰমুজ প্ৰণালীৰ পৰা নিজে ল’ব লাগিব

আমেৰিকা-ইজৰাইলৰ ইৰাণ আক্ৰমণত সহযোগিতা নকৰা দেশসমূহক লৈ এইবাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মঙলবাৰে এক কঠোৰ হুংকাৰ দি ট্ৰাম্পে কয় যে যিবোৰ দেশে এই যুদ্ধত আমেৰিকাক সহায় কৰা নাই,…

ৰাছিয়াত বিমান দুৰ্ঘটনাত ২৯ জনৰ কৰুণ মৃত্যু, পাহাৰত খুন্দা মাৰিলে বিমান

আন এক বিভীষিকাময় বিমান দুৰ্ঘটনাই কঁপাই গ’ল সমগ্ৰ বিশ্ব। ৰাছিয়াৰ ক্ৰিমিয়াত মঙলবাৰে সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত নিহত হয় ২৯ গৰাকী লোক। কৃষ্ণ সাগৰীয় উপদ্বীপটোৰ ওপৰেৰে নিয়মিত উৰণৰ সময়তে এণ্টনভ-২৬…

বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র

মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র । “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্রতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ…

পুনৰ প্ৰাক নিৰ্বাচনী হিংসা

ন-দুৱাৰ বিধানসভা সমষ্টিত পুনৰ প্ৰাক নিৰ্বাচনী হিংসা ৷ সমষ্টিটোৰ অন্তৰ্গত ন-পামত কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুনীল চেত্ৰীৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলোৱা বুলি অভিযোগ কংগ্ৰেছৰ ৷ঘটনাৰ বিৱৰণি অনুসৰি, কংগ্ৰেছ প্ৰাৰ্থী সুনীল চেত্ৰীয়ে…

ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ ৰাখে

পানীলাউ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, য’ত প্ৰচুৰ পৰিমাণে পানী আৰু পুষ্টিকৰ উপাদান থাকে। ই উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে, লিভাৰ সুস্থ ৰাখে, আৰু শৰীৰৰ পৰা আৱৰ্জনা উলিয়াই দিয়াত সহায়…

মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা

ইৰাণৰ আক্ৰমণৰ পাছতে মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা। ড্রোন আক্ৰমণৰ ফলত ডুবাই বন্দৰৰ সমীপত তেল টেংকাৰত জুই। কৰ্তব্যৰত অৱস্থাত ৰাষ্ট্ৰসংঘৰ ৩ গৰাকী সৈন্য নিহত। আত্মঘাতী ড্রোনৰ লক্ষ্য হ’ল ডুবাইত লংগন…

ৰেডমি ১৫এ ৫জি: আপুনি অনুভৱ কৰা প্ৰদৰ্শন, স্থায়ী নিৰ্ভৰযোগ্যতা

মানুহে প্ৰতিদিনে প্ৰকৃততে কেনেকৈ নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰে সেই বিষয়ে জানিবলৈ জিঅ’মি ইণ্ডিয়াই এক সহজ ধাৰণাক কেন্দ্ৰ কৰি ডিজাইন কৰা স্মাৰ্টফোন ৰেডমি ১৫এ ৫জি মুকলি কৰিছে। ষ্ট্ৰীমিঙে হওক, স্ক্ৰোলিঙে…