Category: Business

সৌৰভ বৎসক সহকাৰী পৰিচালন সঞ্চালক হিচাপে নিযুক্তি নিছানৰ

নিছান মটৰ ইণ্ডিয়াই ১৫ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ আজি সহকাৰী-পৰিচালন সঞ্চালক হিচাপে নিযুক্তি দিছে সৌৰভ বৎসক। তেওঁ পৰিচালন সঞ্চালক ৰাকেশ শ্ৰীবাস্তৱৰ অধীনত প্ৰতিষ্ঠানটোক আগুৱাই নিব আৰু ভাৰতৰ বাবে কোম্পানীটোৰ ৰূপান্তৰ…

আইচিআইচিআই বেঙ্কৰ আইম’বাইল পে সেৱা বিভিন্ন বেংকৰ এক কোটিৰো অধিক গ্ৰাহকে ব্যৱহাৰ কৰিছিল

আইচিআইচিআই বেংকে ৰিটেইল মোবাইল বেংকিং এপ আইম’বাইল পেই আন বেংকৰ এক কোটিৰো অধিক গ্ৰাহকক অন-ব’ৰ্ড কৰিবলৈ সক্ষম হোৱাৰ কথা সগৌৰৱে প্ৰকাশ কৰিছে। আইচিআইচিআই বেংকে অন্য বেংকৰ গ্ৰাহকৰ বাবে এই এপটো…

এইচডিএফচি শীৰ্ষ ১০০ পুঁজিয়ে সফলতাৰে ২৭ বছৰ সম্পূৰ্ণ কৰিছে

লাৰ্জ কেপ ষ্টকত বিশেষভাৱে বিনিয়োগ কৰা অপেন ইকুইটি স্কিম(মুকলি ইকুইটি আঁচনি) এইচডিএফচি টপ ১০০ ফাণ্ডে ২০২৩ চনত ২৭ বছৰীয়া কাৰ্যক্ৰমণিকা সফলতাৰে সম্পূৰ্ণ কৰিছে। এইচডিএফচি টপ ১০০ ফাণ্ডে বিগত ২৭ বছৰত…

পাকিস্তানৰ সামৰিক বিমানবন্দৰত বিদ্রোহীৰ আক্ৰমণ

পাকিস্তানৰ সামৰিক বিমানবন্দৰত বিদ্ৰোহীৰ আক্ৰমণ৷ তুৰ্বকস্থিত নৌসেনাৰ বিমানবন্দৰ ‘PNS ছিদ্দিকী’ত আক্ৰমণ৷ পাক নিৰাপত্তাৰক্ষীৰ গুলীত BLAৰ ৪গৰাকী সদস্য নিহত হোৱা বুলি দাবী৷

দুলীয়াজানত ভয়ংকৰ দুৰ্ঘটনা

দুলীয়াজানৰ ভাদৈৰ পাঁচআলিত নিশা শোকাৱহ দুৰ্ঘটনা৷ দুৰ্ঘটনাত নিহত লোকজন ভাদৈ পাঁচ‌আলিৰ ৩নং চপাতলীৰ চন্দন শৰ্মা, গুৰুতৰভাৱে আহত মনদীপ লাহন, অজয় হেমৰম৷

থামছ আপৰ চাৰ্জে মুকলি কৰিলে নতুন অভিযান “মাইণ্ড চাৰ্জড, বডী চাৰ্জড”

জনপ্ৰিয় ব্ৰেণ্ড কোকা-কোলাৰ নতুন পানীয় ব্ৰেণ্ড থামছ আপে মুকলি কৰিছে নতুন অভিযান। এই “মাইণ্ড চাৰ্জড, বডী চাৰ্জড” কেম্পেইনত অভিনয় কৰিছে জনপ্ৰিয় তাৰকা আমিৰ খান আৰু দৰ্শীল চাফাৰীয়ে। এই কেম্পেইনত থামছ…

টাটা মটৰ্ছে দিল্লীৰ সমীপত মুকলি কৰিলে এটা অত্যাধুনিক পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং কেন্দ্ৰ

ভাৰতৰ আগশাৰীৰ অটোম’বাইল নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে দিল্লীৰ সমীপত পঞ্চমটো পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং কেন্দ্ৰ ‘ৰি.ৱি.ৰি – ৰিচাইকেল উইথ ৰেস্পেক্ট’ উদ্বোধন কৰিছে, এই পদক্ষেপ বহনক্ষম গতিশীলতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে…

তৈলপামত থকা এণ্টিঅক্সিডেণ্ট আৰু ট’ক’ট্ৰায়েনলৰ সৈতে প্ৰাপ্ত কৰক পুষ্টিগত লাভালাভ

ভিটামিন ইৰ অন্যতম প্ৰকাৰ ট’ক’ট্ৰায়েনল নিজৰ শক্তিশালী এণ্টিঅক্সিডেণ্ট গুণৰ বাবে অধিকাংশৰে জ্ঞাত। প্ৰদূষণ আৰু বিকিৰণৰে দৰে পৰিৱেশৰ কাৰকৰ ফলত শৰীৰত উৎপন্ন হোৱা অক্সিডেচনৰ ফলত হোৱা কোষৰ ক্ষতি ৰোধ অথবা লেহেমীয়া…

এছএআইচি মটৰ আৰু জেএছডব্লিউ গ্ৰুপে তেওঁলোকৰ নতুন কৌশলগত যুটীয়া উদ্যোগৰ বাবে ব্যৱসায়িক ৰোডমেপ ঘোষণা কৰিছে

গ্লবেল ফৰ্চুন ৫০০ কোম্পানী এছএআইচি মটৰ আৰু ভাৰতৰ আগশাৰীৰ সংঘবদ্ধ সংস্থা জেএছডব্লিউ গ্ৰুপে যুটীয়াভাৱে প্ৰতিষ্ঠা কৰিছে জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়া)। দেশৰ দ্ৰুতগতিত বিকশিত হোৱা গতিশীল…

আইটিচি বিংগো! ৩ টা নতুন কোৰিয়ান ফ্লেভাৰ ভেৰিয়েণ্ট মুকলি কৰিছে

আইটিচি বিংগো! মুকলি কৰিলে বিংগো! ৩টা চিজলিং ফৰ্মেটত দুগুণ হট আৰু স্পাইচী কোৰিয়ান-ষ্টাইলৰ চিপছ: বিংগো! অৰিজিনেল ষ্টাইল, বিংগো! হেশ্বটেগ আৰু বিংগো! আলুৰ চিপচ! কোৰিয়ান সোৱাদযুক্ত স্নেকছ(জলপান) আগবঢ়োৱা প্ৰথমটো ভাৰতীয় ব্ৰেণ্ড…