Category: Business

এনএছডিচিয়ে ভদ্ৰকত স্কিল ইণ্ডিয়া কেন্দ্ৰ স্থাপন কৰে

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে(এনএছডিচি) ভদ্ৰকত এটা স্কিল ইণ্ডিয়া চেণ্টাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গ্লবেল দক্ষতাৰ ৰাজধানী হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই পদক্ষেপে যুৱক-যুৱতীক বজাৰ-চালিত…

চেমচাঙে ১১ কেজি এআই ইকোবাবলটিএমৰ নতুন পৰিসৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে

ভাৰতৰ সৰ্ববৃহৎ কনজিউমাৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে মুকলি কৰিলে এআই ইক’বাবলটিএম সম্পূৰ্ণ স্বয়ংক্ৰিয় ফ্ৰণ্ট লোড ৱাশ্বিং মেচিনৰ এক নতুন ৰেঞ্জ। এই নতুন ৰেঞ্জৰ ৱাশ্বিং মেচিনসমূহ ১১ কেজি ছেগমেণ্টৰ প্ৰথমবিধ সামগ্ৰী, যিয়ে…

টয়োটা কিৰ্লোস্কাৰ মটৰে ভাৰতৰ উত্তৰ-পূবত পঞ্চম ‘গ্ৰেট ৪X৪ এক্সপিডিচন’ মুকলি কৰিছে

২০২৪ৰ ৮ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ উত্তৰ-পূৰ্বাঞ্চলত পঞ্চম ‘গ্ৰেট ৪X৪ এক্সপেডিচন বাই টয়োটা’ মুকলি কৰি অফ-ৰোড অন্বেষণৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণ কৰিছে টয়োটা কিৰ্লোস্কাৰ মটৰে। পৰম্পৰাগত অফ-ৰোড দুঃসাহসিক অভিযানক নতুন মাত্ৰা…

ড° ৰীতা চৌধুৰী বাংলাদেশৰ মুক্তি যুদ্ধৰ উপৰত লিখা উপন্যাস “Zero Hour “-ব আলাপ আলোচনা চক্র অনুষ্ঠিত

ব্যতিক্রম মাচডো (Bytikram MASDO) আৰু বাংলাদেশ সহকাৰী উচ্চাযুক্ত, গুৱাহাটী যৌথ উদ্যোগত সফল ভারে অনুষ্ঠিত হ’ল ড° ৰীতা চৌধুৰী বাংলাদেশৰ মুক্তি যুদ্ধৰ উপৰত লিখা উপন্যাস “Zero Hour “-ব আলাপ আলোচনা চক্র।…

প্ৰধানমন্ত্ৰী মোদীয়ে টাটা ইলেক্ট্ৰনিকছৰ অৰ্ধপৰিবাহী উদ্যোগ, ৫০,০০০ চাকৰি সৃষ্টিৰ বাবে ১,১৮,০০০ কোটি টকাৰ বিনিয়োগ আৰম্ভ কৰিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ধোলেৰাত অত্যাধুনিক ছেমিকণ্ডাক্টৰ ফেব আৰু জাগীৰোডত ছেমিকণ্ডাক্টৰ এছেম্বলী আৰু পৰীক্ষণ (অ’এছএটি) কেন্দ্ৰকে ধৰি দুটা প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে। ধোলেৰাত অনুষ্ঠিত আধাৰশিলা স্থাপন অনুষ্ঠানত ৰে’লৱে,…

“কা”ৰ স্থগিতাদেশ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ

দেশত নাগৰিকত্ব সংশোধনী আইন (“কা”) কাৰ্যকৰী হোৱাৰ লগে লগে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হয়। সদৌ অসম ছাত্ৰ সন্থাই বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। আছুৱে উচ্চতম ন্যায়ালয়ত “কা” নিয়মক প্ৰত্যাহ্বান…

যুৱসকলক নিযুক্তিৰ সুযোগপ্ৰদানৰ বাবে লক্ষ্ণৌত কৌশল মহোৎসৱ

নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচনে (এনএছডিচি) লক্ষ্ণৌ বিশ্ববিদ্যালয়ত ৯ আৰু ১০ মাৰ্চত দুদিনীয়াকৈ আয়োজিত মেগা অনুষ্ঠান কৌশল মহোৎসৱৰ জৰিয়তে যুৱক-যুৱতীৰ সবলীকৰণৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ উচ্চাকাংক্ষী পৰিকল্পনাৰ কথা সদৰি কৰিছে। দক্ষতা…

লাভা ইণ্টাৰনেচনেলে ব্লেজ কাৰ্ভ 5জি উন্মোচন কৰে

ভাৰতৰ আগশাৰীৰ স্মাৰ্টফোন ব্ৰেণ্ড লাভা ইণ্টাৰনেচনেলে মুকলি কৰিলে ছেগমেণ্ট-বেষ্ট ৮জিবিএলপিডিডিআৰ৫ ৰেম আৰু ইউএফএছ ৩.১ ১২৮জিবি/২৫৬জিবি ইণ্টাৰনেল ষ্ট’ৰেজৰ সৈতে বৈপ্লৱিকমিড ৰেঞ্জ স্মাৰ্টফোন ব্লেজ কাৰ্ভ ৫জি। এই নতুন ডিভাইচটো বিজুলীৰ দৰে দ্ৰুত…

কেৱল ‘নিকনেম’তে সীমাবদ্ধ নহ’বলৈ গ্ৰাহকক উদগণি টেটলি গ্ৰীন টিৰ

ভাৰতৰ আগশাৰীৰ গ্ৰীন চাহৰ ব্ৰেণ্ড টেটলী গ্ৰীন টিয়ে সফল #এভ্ৰীবডীকেন অভিযানৰ চিকুৱেল মুকলি কৰিছে, যিয়ে মানুহক নিজৰ শৰীৰৰ গঠন বা আকৰৰ ওপৰত ভিত্তি কৰি কেৱল নিকনেমতে সীমাবদ্ধ নহ’বলৈ আহ্বান জনাইছে।…

উজাছ ঋতুস্ৰাৱ স্বাস্থ্য এক্সপ্ৰেছে অসম পাবলৈ ২৯০২ কিলোমিটাৰ অতিক্ৰম কৰিছে

আদিত্য বিৰলা এডুকেচন ট্ৰাষ্টৰ উদ্যোগ উজাছ পদক্ষেপে কিশোৰী-ছাত্ৰী-মহিলাৰ ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে সজাগতা সৃষ্টিৰ অভিযান ৰূপায়ণ কৰি গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে। উজাছৰ প্ৰতিষ্ঠাপক অদ্বৈতেষা বিৰলাৰ দৃষ্টিভংগীৰে পৰিচালিত…