Business বিশ্ব বাণিজ্যত নতুন অধ্যায়: ভাৰত–ইউৰোপীয় সংঘৰ ‘মাদাৰ অৱ অল ডিলছ’ চুক্তি সম্পন্ন January 27, 2026 Sonakshi Sarkar দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই মঙলবাৰে ভাৰত আৰু ইউৰোপীয় সংঘই আনুষ্ঠানিকভাৱে ঘোষণা কৰে ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিৰ (এফটিএ) কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই চুক্তিক ‘মাদাৰ অৱ অল ডিলছ’ বুলি অভিহিত কৰি…
Business উত্তৰ-পূব প্ৰসংগত তীব্ৰ ৰাজনীতি: প্ৰধানমন্ত্ৰী মোদীক লক্ষ্য কৰি পৱন খেৰাৰ আক্ৰমণ January 27, 2026 Sonakshi Sarkar ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক অনুষ্ঠানত কংগ্ৰেছ নেতা পৱন খেৰাই উত্তৰ-পূৰ্বাঞ্চলৰ সংকটৰ সময়ত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ সংহতিৰ শলাগৰ বাবে বিজেপিক তীব্ৰ সমালোচনা কৰিছে। খেৰাই বিজেপিক ‘দৃষ্টি আকৰ্ষণকাৰী কৌশল’ ব্যৱহাৰ কৰাৰ…
Business ইৰাণত মৃত্যুৰ সংখ্যা বৃদ্ধি January 27, 2026 Dipshikha ইৰাণে দেশজোৰা প্ৰতিবাদৰ বিৰুদ্ধে চলোৱা অভিযানত কমেও ৬,১২৬ জন লোকৰ মৃত্যু হৈছে আৰু বৰ্তমানেও আন বহুতৰে মৃত্যুৰ আশংকা কৰা হৈছে ৷ কিয়নো সংকটৰ প্ৰতি আমেৰিকাৰ যিকোনো সামৰিক সঁহাৰিৰ নেতৃত্ব দিবলৈ…
Business নাৰ্ক’টিকৰ ডাঙৰ সাফল্য: গোপন চেম্বাৰত লুকুৱাই ড্ৰাগছ সৰবৰাহ কৰা বৃদ্ধ আটক January 27, 2026 Sonakshi Sarkar অশীতিপৰ বৃদ্ধ নৰেন দত্তক গ্ৰেপ্তাৰ কৰিছে নাৰ্ক’টিক বিভাগে, যিনি অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত। বিভিন্ন গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই, শিৱসাগৰ জিলাৰ জাঁজীত WB-52X-2363 নম্বৰৰ বিলাসী গাড়ীটো আটক কৰা হৈছিল।…
Business এক ফেৰী দুৰ্ঘটনা January 27, 2026 Dipshikha দক্ষিণ ফিলিপাইনছৰ উপকূলত সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। ৩৫০ জনতকৈ অধিক লোক কঢ়িয়াই অনা এখন ফেৰী ডুবি যোৱাৰ ফলত ১৮ জন লোকে মৃত্যুমুখত পৰিব লগা হয়। MV তৃষা কাৰষ্টিন-৩ নামৰ…
Business হোণ্ডাই বৃদ্ধি কৰিলে পথ সুৰক্ষাৰ বিনিয়োগ গুৱাহাটীত ২৪০০ ছাত্ৰ-ছাত্ৰীক নিয়োজিত January 27, 2026 Business Bureau হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই গুৱাহাটীত এক সজাগতা অভিযানেৰে দেশজোৰা পথ সুৰক্ষাৰ পদক্ষেপ আগবঢ়াই নিছে। এই সজাগতা অভিযানৰ জৰিয়তে আৰ্মী পাব্লিক স্কুলৰ ২৪০০ৰো অধিক শিক্ষাৰ্থীক জড়িত কৰি শিক্ষণ, পাৰস্পৰিক…
Business এগৰাকী যুৱতীৰ জয়গান দেশজুৰি January 27, 2026 Dipshikha গণৰাজ্য দিৱসত নাৰী শক্তিৰ জয়গান। কৰ্তব্য পথত প্ৰতিফলন ভাৰতীয় নাৰীৰ শক্তি আৰু সামৰ্থ্য। কৰ্তব্য পথত সোমবাৰে ইতিহাস ৰচিলে এগৰাকী ২৬ বছৰীয়া বিষয়াই। প্ৰথমবাৰলৈ চিআৰপিএফৰ পুৰুষ দলক পেৰেডত নেতৃত্ৱ দিলে মহিলা…
Business সংসদীয় পৰম্পৰাত আঘাতৰ অভিযোগ: গণতন্ত্ৰ দিৱসত খাৰ্গে আৰু ৰাহুল গান্ধীক অপমান কৰা বুলি গৌৰৱ গগৈৰ মন্তব্য January 27, 2026 Sonakshi Sarkar গণৰাজ্য দিৱসৰ পেৰেডত বিৰোধী দলৰ নেতাক বহিবলৈ দিয়া আসনৰ স্থানক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ২৬ জানুৱাৰীত কৰ্তব্য পথত অনুষ্ঠিত কুচকাৱাজত ৰাজ্যসভাৰ…
Business “তিল পিঠা আৰু লাৰুৰে ৰাষ্ট্ৰপতি ভৱনত গণৰাজ্য দিৱস উদযাপন” January 27, 2026 Sonakshi Sarkar নতুন দিল্লীত অনুষ্ঠিত চৰকাৰী গণৰাজ্য দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ভৱনত আয়োজিত হাই-টী অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত খাদ্যসম্ভাৰ বিশেষ মৰ্যাদা লাভ কৰে। অসমৰ মাঘ বিহুৰ সোৱাদযুক্ত তিল পিঠা আৰু লাড়ু, লগতে নাগালেণ্ড আৰু…
Business আমেৰিকাত ভয়ংকৰ দুৰ্যোগ January 26, 2026 Dipshikha তুষাৰপাত, পথৰ ওপৰত বৰফৰ ডাঠ তৰপ, শীতল বতাহৰ বাবে সমগ্ৰ আমেৰিকাত আতংক বিয়পি পৰিছে। ঠাণ্ডাৰ বাবে বাতিল কৰা হৈছে ১০ হাজাৰৰো অধিক বিমানৰ উৰণ। তদুপৰি বৰফৰ ধুমুহাই ১০ লাখ লোকক…