Category: Business

ৰেডএক্স ফেমিলী প্লেনৰ সৈতে প্ৰিমিয়াম পোষ্টপেডত বৃহৎ চমক ভি-ৰ; টায়াৰ-২ বজাৰ দখলৰ লক্ষ্য়

ভোডাফোন আইডিয়া(ভি)-ই ৰেডএক্স ফেমিলী প্লেন মুকলি কৰি নিজৰ ধ্বাজাবাহী ৰেডএক্স পোষ্টপেইড পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে-ভাৰতৰ প্ৰথমটো পৰিয়ালৰ পোষ্টপেইড প্লেনে প্ৰাথমিক আৰু গৌণ উভয় ব্যৱহাৰকাৰীৰ বাবে প্ৰকৃতাৰ্থত সীমাহীন ৪জি/৫জি ডাটা, আন্তঃৰাষ্ট্ৰীয় ৰোমিং…

নিছানে ৮.৩০ লাখ টকাৰ প্ৰাৰম্ভিক মূল্যত মুকলি কৰিছে অল ব্লেক মেগনাইট কুৰো স্পেচিয়েল এডিচন

নিছান মটৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেড(এনএমআইপিএল)-এ আজি বহু প্ৰত্যাশিত নতুন নিছান মেগনাইট কুৰো স্পেচিয়েল এডিচন মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি জনপ্ৰিয় সংপৃক্ত এছইউভিৰ আকৰ্ষণীয় আৰু প্ৰিমিয়াম, ক’লা থিমযুক্ত অনন্য সংস্কৰণ।…

ট্ৰুকেলাৰে-খয়ালৰ সহযোগিতাই জ্যেষ্ঠ নাগৰিকৰ চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰিলে নতুন মাপকাঠি

জ্যেষ্ঠ নাগৰিকসকলে ডিজিটেল যুগক আঁকোৱালি লোৱাৰ সমান্তৰালভাৱে পূৰ্বতকৈ অধিক বিপদ বা ভাবুকিৰো সন্মুখীন হৈছে। অচিনাকি প্ৰযুক্তি আৰু দ্ৰুতগতিত বিকশিত হোৱা জালিয়াতি কৌশলৰ দ্বাৰা চাইবাৰ অপৰাধৰ বলি হোৱা লোকৰ বয়স ৫০…

শ্লাইচ স্মল ফাইনেন্স বেংকে উত্তৰ-পূৰ্বাঞ্চলত আঞ্চলিক নিযুক্তি বৃদ্ধিৰে নিজৰ সামৰ্থ্যৰ সম্প্ৰসাৰণ

শ্লাইচ স্মল ফাইনেন্স বেংক(শ্লাইচ এছএফবি)-এ সমগ্ৰ অসম তথা উত্তৰ-পূবত বৃহৎ পৰিসৰৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ কৰ্মশক্তি সম্প্ৰসাৰণ কৰি কম সেৱা লাভ কৰা বা প্ৰান্তীয় অঞ্চলসমূহত ক্ৰমবৰ্ধমান…

জটিল কেন্সাৰ ৰোগৰ বাবে উন্নত ৰেডিয়েচন চিকিৎসা: মেদাণ্ট হাস্পতালৰ বিশেষজ্ঞতা

নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্থান প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটিয়ে জটিল কৰ্কট ৰোগ আৰু বিনাইন টিউমাৰৰ চিকিৎসাৰ বাবে চাইবাৰনাইফ ৰেডিঅ’চাৰ্জাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে…

ৰক্ষা বন্ধনক দিয়ক স্বাস্থ্যসন্মত ৰূপ: দিনটো পুষ্টিকৰ আৰম্ভণিৰ বাবে কেলিফৰ্ণিয়া আলমণ্ড

উৎসৱৰ এই সময়ছোৱাত ৰক্ষা বন্ধন আৰম্ভ হোৱাৰ লগে লগে এই বৰ্ষৰ উদযাপনত স্বাস্থ্যই কেন্দ্ৰবিন্দু হৈ পৰিছে। পৰম্পৰা আৰু সুস্থতাৰ মিশ্ৰণক প্ৰসাৰিত কৰি বিশেষজ্ঞ আৰু চেলিব্ৰিটীসকলে দীৰ্ঘম্যাদী স্বাস্থ্য আৰু সমৃদ্ধিৰ সমৰ্থনত…

কোনখন ৰাজ্যৰ লোকে মদ্যপান বেছি কৰে?

বৰ্তমান সময়ত প্ৰায় সংখ্যক লোকে মদ্যপান কৰে। দেশৰ এক বৃহৎ অংশ এতিয়া সুৰা আসক্ত। কিন্তু আপুনি জানেনে দেশৰ কোন ৰাজ্যৰ লোকে অতি বেছি মদ্যপান কৰে?কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় পৰিয়াল…

বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই

ভাৰত নহয় এখন বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই। এই প্ৰজেক্টৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৩৭ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে! ক’ব পাৰি যে ছাৰাৰ কান্ধত ডাঙৰ…

গজালি ওলোৱা মগুৱে আমাৰ দেহত কিদৰে উপকাৰ কৰে জানেনে

সাধাৰণতে মগু গজালি উলিয়াই খালে দেহৰ অধিক উপকাৰ সাধন হয় বুলি কোৱা শুনা যায়। পিছে গজালি ওলোৱা মগুৱে আমাৰ দেহত কিদৰে অধিক উপকাৰ সাধন কৰে? এই বিষয়ে জানিলে স্বাভাৱিকতেই আপুনিও…

ইণ্ডিগোৰ বিমানত অঘটন

চলন্ত অৱস্থাতে মাজ আকাশত সহযাত্ৰীৰ আক্ৰমণৰ সন্মুখীন হৈছে অসমৰ এজন লোক। ইণ্ডিগোৰ এখন বিমানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।তথ্য অনুসৰি তেওঁ মুম্বাইৰ পৰা কলকাতা হৈ শিলচৰলৈ যাত্ৰা কৰিছিল। এই ঘটনাৰ…