Category: Business

ষ্টকহল্ডিং ডিজিডক মুকলি কৰি ডিজিটেল উদ্ভাৱনক আঁকোৱালি লৈছে অসমে

ডিজিটেল ৰূপান্তৰৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ষ্টক হোল্ডিং কৰ্পৰেচন অৱ ইণ্ডিয়া লিমিটেড(ষ্টকহল্ডিং)-এ অসমত মুকলি কৰিলে নিজৰ অভিনৱ প্লেটফৰ্ম ষ্টকহোল্ডিং ডিজিডক। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মিছন বসুন্ধৰা ৩.০ অনুষ্ঠানত…

কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ ৫০ শতাংশ অংশ ক্ৰয় আদাৰ পুনাৱালাৰ

আদাৰ পুনাৱালা নেতৃত্বাধীন চিৰিন প্ৰডাকচনে কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ সৈতে অংশীদাৰীত্ব কৰিছে। আদাৰ পুনাৱালাই ধৰ্মা প্ৰডাকচনত দুই হাজাৰ কোটি বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে, পুনাৱালাই ধৰ্মা প্ৰডাকচনৰ ৫০ শতাংশ অংশ…

ৰাজ্যিক বিজেপিত অথন্তৰ

অসম বিধানসভাৰ উপ- নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিত অথন্তৰ। প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি সৃষ্টি হোৱা সমস্যাৰ মাজতে ধলাই বিজেপিত ফাঁট। অমিয় কান্তি দাসক প্ৰাৰ্থিত্ব প্ৰদান নকৰি বহিৰাগত নিহাৰ ৰঞ্জন দাসক বিজেপিৰ প্ৰাৰ্থী…

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাস

জম্মু-কাশ্মীৰত এই সন্ত্ৰাসৰ এক নতুন কাৰক হৈ পৰিছে লস্কৰ-ই-তৈবাৰ শাখা সংগঠন TRF। এই সন্ত্ৰাসবাদী সংগঠনটো উপত্যকাটোৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত অধিক সক্ৰিয় হৈ পৰিছে। জানিব পৰা মতে এই সন্ত্ৰাসবাদী…

পুনৰ বিমানত বিস্ফোৰণৰ ভাবুকি

৬ দিনত বিমানত বিস্ফোৰণৰ ৭০টা ভাবুকি। ভাৰতীয় বিমান সংস্থাসমূহক ভূৱা বোমা বিস্ফোৰণৰ ভাবুকি। ভাবুকিৰ পাছতেই দিল্লীত থকা সংস্থাটোৰ মুখ্য কাৰ্যালয়ত গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকৰ সময়ত বিমান সংস্থাৰ প্ৰতিনিধিসকলে বিচিএএছৰ ডিজি জুলফিকাৰ…

আজিৰে পৰা বন্ধ ফেৰীসেৱা

আজিৰে পৰা অনিৰ্দিষ্টকাললৈ বন্ধ কমলাবাৰী ঘাটৰ ফেৰীসেৱা। অস্বাভাৱিকভাৱে শুকাই গৈছে বৰলুইত। কমলাবাৰী-নিমাতীৰ মাজৰ ফেৰী যাতায়াতলৈ গভীৰ সংকট। কমলাবাৰী-নিমাতীৰ মাজত চলা ৯খন ছিংগল ফেৰীসেৱা বন্ধ। ফেৰীসেৱা বন্ধৰ লগে লগে বিপদ আহিছে…

ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৪ত ভি-এ ৰূপান্তৰিত কৰিছে সংযোগৰ দৃশ্যপট

ইণ্ডিয়া মোবাইল কংগ্ৰেছ(ভাৰত মোবাইল সন্মিলন) ২০২৪ৰ উদ্বোধনী দিনটোত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ নিজৰ থিম “ফিউচাৰ ইজ লাইভ” উন্মোচন কৰে, য’ত ৫জি আৰু আইঅ’টিৰ যুগান্তকাৰী অগ্ৰগতিসমূহ প্ৰদৰ্শন কৰা হয়, যিয়ে…

“ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই”

‘ছলমান খানে ক’লা হৰিণ হত্যা কৰা নাই। আমি পঁইতাচোৰাও মৰা নাই। ছলমান খানে লৰেন্স বিষ্ণয়ৰ ওচৰত ক্ষমা বিচৰাৰ কোনো কাৰণ নাই।’ উল্লেখযোগ্য যে, পুনৰ ছলমান খানক ভাবুকি প্ৰদান কৰিছিল লৰেন্স…

পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক

পুনৰ অৱনতি ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক। কূটনৈতিক সম্পৰ্ক অৱনতি ঘটাৰ পাছতেই জাষ্টিন ট্ৰুডো মুৰ্খ বুলি অভিহিত কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে। পুটিনে জাষ্টিন ট্ৰুডোক স্কুলত মনোযোগ নিদিয়া আৰু কোনো মৌলিক জ্ঞান…

স্কোডা অটো ইণ্ডিয়াই কিলাক প্ৰৱৰ্তন কৰিছে: কম্প্যাক্ট এছইউভি শাখাত এক কৌশলগত পদক্ষেপ

স্কোডা অটো ইণ্ডিয়াই সম্পূৰ্ণ নতুন কমপেক্ট এছইউভি কাইলাকখন ২০২৪ৰ ৬ নৱেম্বৰত বিশ্বজুৰি প্ৰিমিয়াৰৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। এই মুকলিয়ে ভাৰতত নিজৰ পদচিহ্ন সম্প্ৰসাৰণৰ বাবে স্কোডাৰ ব্যৱসায়িক দিশত উল্লেখযোগ্য পদক্ষেপ চিহ্নিত…