Category: Business

অসম সীমান্তৰ পৰা ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক স্বদেশলৈ ওভতোৱা হ’ল

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমে ঘোষণা কৰা মতে, ৰাজ্যত চলোৱা সমন্বিত নিৰাপত্তা অভিযানৰ অংশ ৰূপে আজি পুৱতি নিশা ১৪ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক কৰায়ত্ত কৰি তেওঁলোকক পুনৰ নিজ দেশে…

অবৈধ কয়লা খনিত মৃত্যু-মিছিল অব্যাহত: মেঘালয়ত প্ৰাণ হেৰুৱালে অসমৰ শ্ৰমিক

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাত চলি থকা অবৈধ কয়লা খনিৰ বাবে এজন শ্ৰমিকে মৃত্যুক সাৱটিবলগীয়া হৈছে। ১৪ জানুৱাৰীত উমথে গাঁওত এক অবৈধ খনিত কাম কৰি থকা সময়ত ৪৮ বছৰীয়া মোচাইড…

২২ জানুৱাৰীলৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধন: ভোটাৰসকলক আগবঢ়ালে মুখ্য নিৰ্বাচনী বিষয়াই আহ্বান

অসমৰ ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়া বৰ্তমান চূড়ান্ত পর্যায়ত উপনীত হৈছে। মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে দেওবাৰে জাৰি কৰা এক জাননী অনুসৰি, ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি, কৰ্তন, বা সংশোধনৰ বাবে আবেদন…

নয়ডাত হৃদয়বিদাৰক ঘটনা: আৰক্ষীৰ সন্মুখতে সহায় নাপাই অভিযন্তাৰ কৰুণ মৃত্যু

প্ৰচণ্ড কুঁৱলীৰ মাজত নয়ডাৰ ১৫০ ছেক্টৰত সংঘটিত এক মৰ্মান্তিক ঘটনাৰ আঁত ধৰি, ২৭ বছৰীয়া ছফ্টৱেৰ অভিযন্তা যুৱৰাজ মেহতাৰ মৃত্যু ঘটে। গুৰুগ্রামৰ এজন ব্যক্তিগত কোম্পানীত কৰ্মৰত যুৱৰাজৰ গাড়ীখন ঘন কুঁৱলীৰ বাবে…

পুনৰ অসমলৈ আহিব অমৃত শ্বাহ

অহা ৩০ জানুৱাৰীত ডিব্ৰুগড় ভ্ৰমণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই ভ্ৰমণকালত অসমৰ দ্বিতীয় বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰাৰ লগতে খনিকৰ ষ্টেডিয়াম পুনৰ উন্নয়নৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ ঘোষণা…

জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক

“জেহাদৰ কথা বেছিকৈ কৈ থাকিলে জে’লত ভৰোৱা হ’ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক ।” ৰেজাউল কৰিম সৰকাৰক এই কঠোৰ সকীয়নি মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে গুৱাহাটীত সাংবাদিকৰ…

চুলি সৰা কমায় আৰু চুলিক শক্তিশালী কৰে এইবিধ খাদ্যয়ে

শাকৰ বিভিন্ন উপকাৰী গুণ আছে। তাৰ ভিতৰত এবিধ শাক হ’ল জিলমিল বা ভতুৱা শাক। এই শাক খালে শৰীৰে বহু উপকাৰ লাভ কৰে। ছাল, চুলিৰ পৰা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰালৈ ই…

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসমত প্ৰধানমন্ত্ৰীৰ আজি দ্বিতীয়টো দিন। শনিবাৰে সৰুসজাই ষ্টেডিয়ামত ১০ হাজাৰৰো অধিক শিল্পীৰ বাগুৰুম্বা প্ৰদৰ্শন কৰাৰ পিছত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ আধাৰশিলা স্থাপন কৰে…

ইন্দোৰ দুৰ্ঘটনা: দূষিত পানীত মৃত্যু হোৱা পৰিয়ালক লগ পালে ৰাহুল গান্ধীয়ে, বিজেপিক আক্ৰমণ

মধ্যপ্ৰদেশৰ ইন্দোৰৰ ভাগীৰথপুৰা অঞ্চলত দূষিত পানী সেৱন কৰাৰ ফলত সংঘটিত বিষক্ৰিয়া জনিত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক সাক্ষাৎ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে, বমি আৰু ডায়েৰিয়াত আক্ৰান্ত ৰোগীসকলৰ চিকিত্সা অৱস্থাৰ বিষয়ে…

ভাৰতীয় পৰিয়ালসমূহৰ বাবে বিত্তীয় সুৰক্ষাৰ আধাৰশিলা হিচাপে শক্তিশালী কৰি তোলা হৈছে টাৰ্ম ইঞ্চুৰেন্সক

ভাৰতৰ দৰে দ্ৰুতগতিত বিকশিত অৰ্থনীতিত টাৰ্ম লাইফ ইঞ্চুৰেন্সে জটিল আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব পাৰে। ঘৰৰ জীৱিকা আহৰণকাৰীৰ দুৰ্ভাগ্যজনক আৰু অকাল মৃত্যুৰ পৰিপ্ৰেক্ষিতত ঘৰখনলৈ আৰ্থিক প্ৰয়োজনীয়তাৰ প্ৰয়োজন হ’লে এনে টাৰ্ম ইঞ্চুৰেন্সৰ…