মঙলবাৰে বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ তথা সংকল্প পত্র । “ৰাইজৰ আকাংক্ষা, বিজেপিৰ প্রতিজ্ঞা” শীর্ষক সংকল্প পত্ৰখনৰ যোগেদি বিজেপিয়ে প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৷ গুৱাহাটীৰ বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইস্তাহাৰ তথা সংকল্প পত্রখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *