Author: Sonakshi Sarkar

কুম্ভ মেলাৰ পিছত দেশৰ প্ৰতিটো কোণতে আধ্যাত্মিক চেতনাৰ উদ্ভৱ হৈছে: নৰেন্দ্ৰ মোদী

কেন্দ্ৰীয় বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়ৰ পঞ্চম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে কুম্ভ মেলা সন্দৰ্ভত সংসদত ভাষণ আবঢ়ায়। তেওঁ কয় যে কুম্ভ মেলাৰ পৰা বহুতো অমৃত উলিওৱা হৈছে। একতাৰ অমৃত হৈছে…

হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ”ৰ জৰিয়তে বান্দৰ সম্পৰ্কীয় সজাগতা সৃষ্টি

বিচিত্ৰ কপিকুলৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে উত্তৰ পূৱৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে বন বিভাগৰ যোৰহাট বন সংমণ্ডলৰ সহযোগত যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত “বান্দৰ নিৰীক্ষণ” (প্ৰাইমেট ৱাট্ছ)শীৰ্ষক এক…

ভাৰতীয় দলৰ টেষ্ট অধিনায়ক হৈ থাকিব ৰোহিত শৰ্মা

চেম্পিয়নছ ট্ৰফীৰ বিজয়ৰ পিছত ৰোহিত শৰ্মাৰ ওপৰত আস্থা বৃদ্ধি পাইছে, সেয়েহে তেওঁ টেষ্ট অধিনায়ক হৈ থাকি দলটোক ইংলেণ্ড ভ্ৰমণত নেতৃত্ব দিয়াৰ সম্ভাৱনা আছে। যদিও নিৰ্বাচকসকলে ২০ জুনৰ পৰা আৰম্ভ হোৱা…

ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰে এয়াৰটেল- জিঅ’ৰ চুক্তিক লৈ প্ৰশ্ন কংগ্ৰেছৰ

কংগ্ৰেছে ইলন মাস্কৰ উপগ্ৰহ ইণ্টাৰনেট প্ৰদানকাৰী ষ্টাৰলিংকৰ সৈতে দুটা ভাৰতীয় কোম্পানীৰ চুক্তিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, “মাত্ৰ বাৰ ঘণ্টাৰ ভিতৰতে এয়াৰটেল…

৪ বছৰত বিজ্ঞাপনৰ নামত ৩৭০ কোটি টকা ব্যয় ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে ৪টা বিত্তীয় বৰ্ষত বিজ্ঞাপনৰ নামত ব্যয় কৰে ৩৭০ কোটিৰো অধিক টকা। বুধবাৰে বিধানসভাত এই তথ্য প্ৰকাশ কৰে তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকায়। ২০১৬ চনৰ পৰা ২০২১ চনলৈকে…

পাণ্ডু সদিলাপুৰৰ শ্রী শ্রী মহাৰুদ্র যজ্ঞৰ সামৰণি ; দুখন গ্রন্থ উন্মোচন

গুৱাহাটীৰ এক নম্বৰ ৱাৰ্ডৰ পাণ্ডু সদিলাপুৰস্থিত বাবা শিৱ মন্দিৰ প্ৰাংগণত ৭,৮ আৰু ৯ মাৰ্চত তিনিদিনীয়াকৈ শ্রী শ্রী মহাৰুদ্র যজ্ঞ অনুষ্ঠিত হয়। ৯ মাৰ্চত সামৰণিৰ দিনা যজ্ঞৰ পূর্ণাহুতি প্রদানৰ পিছতে বিয়লি…

বিশ্বৰ শীৰ্ষ ২০ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ১৩ খন ভাৰতৰ

বিশ্বৰ শীৰ্ষ ২০ খন আটাইতকৈ প্ৰদূষিত চহৰৰ ভিতৰত ১৩ খন ভাৰতত আছে। আনহাতে, বৰ্ণিহাট তালিকাৰ শীৰ্ষত আছে। এই তথ্য মঙলবাৰে প্ৰকাশিত এটা নতুন প্ৰতিবেদনত প্ৰকাশ পাইছে। চুইজাৰলেণ্ডৰ বায়ু গুণমান প্ৰযুক্তি…

জুনত পৰৱৰ্তী আন্তঃৰাষ্ট্ৰীয় শৃংখলা খেলিব টীম ইণ্ডিয়াই

চেম্পিয়নছ ট্ৰফীত টীম ইণ্ডিয়াৰ যাত্ৰা আনন্দদায়ক আছিল আৰু সুন্দৰ প্ৰদৰ্শনৰে ভাৰতে ট্ৰফী জয় কৰিছিল। ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলে চূড়ান্ত খেলখনত নিউজিলেণ্ডক পৰাস্ত কৰি খিতাপ জয় কৰে। ৰোহিত শৰ্মাই যোৱা…

এতিয়াই এদিনীয়া ক্ৰিকেটক বিদায় নজনায় ৰোহিত শৰ্মাই

ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই দেওবাৰে চেম্পিয়নছ ট্ৰফী জয় কৰাৰ পিছত তেওঁৰ কেৰিয়াৰ সম্পৰ্কীয় সকলো জল্পনা-কল্পনা খাৰিজ কৰি কয় যে তেওঁ এতিয়াও এদিনীয়া ক্ৰিকেটক বিদায় নজনায়। অষ্ট্ৰেলিয়া ভ্ৰমণৰ পিছৰে পৰা ৰোহিতৰ…

গ্ৰাহকক অস্বাস্থ্যকৰ পৰিবেশত মাছ – মাংস বিক্ৰী ; গুৱাহাটী পৌৰ নিগমৰ অভিযানত ৩২,৫০০ টকাৰ জৰিমণা সংগ্ৰহ

গ্ৰাহক ৰাইজৰ জনস্বাস্থ্যৰ দিশটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি একমাত্ৰ মুনাফা লাভৰ লক্ষ্যৰে গুৱাহাটী মহানগৰীৰ পৌৰ এলেকাত অস্বাস্থ্যকৰ পৰিবেশত গ্ৰাহকক মাছ – মাংস বিক্ৰী কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে গুৱাহাটী পৌৰ নিগমৰ…