Latest স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত July 16, 2024 Sonakshi Sarkar এন ই ফ’কাচৰ উদ্যোগত নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বাস্থ্য আৰু সুস্থতা সন্মিলন অনুষ্ঠিত হয়। অনুষ্ঠানত বহুকেইটা বিষয়ক লৈ আলোচনা চক্র অনুষ্ঠিত হয়। আনহাতে সন্মিলনখনত গেষ্টলজি সম্পর্কে মন্তব্য ৰাখে গেষ্টচিটিৰ চবিৰ উদ্দিন…
Latest চাৰি শতাধিক পদকেৰে শ্ৰেষ্ঠ অসম July 16, 2024 Sonakshi Sarkar গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ…
Sports একেৰাহে দ্বিতীয়বাৰলৈ কোপা আমেৰিকাৰ চেম্পিয়ন আৰ্জেণ্টিনা July 15, 2024 Sonakshi Sarkar লিয়নেল মেছিৰ আৰ্জেণ্টিনা ফুটবল দলৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আধিপত্য বৃদ্ধি পাইছে। একেৰাহে দ্বিতীয়বাৰলৈ আৰ্জেণ্টিনাই কোপা আমেৰিকা ২০২৪ খিতাপ দখল কৰিছে। সোমবাৰে অনুষ্ঠিত ফাইনেলত আৰ্জেণ্টিনাই কলম্বিয়াক পৰাস্ত কৰি কোপা আমেৰিকা ট্ৰফী দখল…
Latest গেলেকীত বোৱাৰী নিৰুদ্দেশৰ July 15, 2024 Sonakshi Sarkar গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী…
Political ছিপাঝাৰত আপত যোগদান শতাধিকৰ July 15, 2024 Sonakshi Sarkar দৰং জিলাৰ ছিপাঝাৰ সাহিত্য সভা ভৱনত আপৰ এক যোগদান কাৰ্যসূচী ৰূপায়ন কৰা হয়। আপৰ ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, গুৱাহাটী পৌৰ নিগমৰ আপৰ ৱাৰ্ড মেম্বাৰ মাছুমা বেগম,…
Sports উইম্বলডনৰ ফাইনেলত জক’ভিচৰে মুখামুখি আলকাৰাজৰ July 13, 2024 Sonakshi Sarkar স্পেইনৰ কাৰ্লোছ আলকাৰাজে ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি উইম্বলডনৰ ফাইনেলত প্ৰৱেশ কৰে, য’ত তেওঁ ন’ভাক জক’ভিচৰে মুখামুখি হ’ব। যদি আলকাৰাজ জয়ী হয়, তেন্তে এইটো তেওঁৰ একেৰাহে দ্বিতীয় উইম্বলডন আৰু চতুৰ্থ…
Sports ফুটবল প্ৰেমীৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু ১৬ বৰ্ষীয়া স্পেনিছ তাৰকা July 11, 2024 Sonakshi Sarkar স্পেইনৰ ফুটবল জগতত আৱিৰ্ভাৱ ঘটা লামিন য়ামাল । দেশৰহৈ ইউৰো কাপ ফুটবলত নমা প্ৰথমগৰাকী কনিষ্ঠ খেলুৱৈ হিচাপে অতি দক্ষতা আৰু চকুত লগা খেল প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ…
Latest খাৰবাল্লীত খহনীয়াগ্ৰস্থ পৰিয়ালক সাহায্য বিতৰণ July 11, 2024 Sonakshi Sarkar জনিয়াৰ বেঁকী নৈৰ খহনীয়াগ্ৰস্থ পৰিয়ালক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান ডনেটকাৰ্ট, হাইৰ উদ্যোগত আৰু জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সৌজন্যত কাদংত ২০ টা আৰু খাৰবাল্লীত ৪০ টা পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰা হয়।…
Latest আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ July 11, 2024 Sonakshi Sarkar যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ…
Latest অসমৰ চৰকাৰী মহিলা কৰ্মচাৰীসকলৰ বাবে ১৮০ দিনীয়া শিশু দত্তক ছুটি চৰকাৰৰ July 11, 2024 Sonakshi Sarkar অসম চৰকাৰে বুধবাৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগত কাম কৰা মহিলা কৰ্মচাৰীসকলৰ বাবে ১৮০ দিনীয়া শিশু দত্তক ছুটি নীতি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লয়। কেবিনেট বৈঠকত লোৱা সিদ্ধান্তসমূহ ঘোষণা কৰি মুখ্যমন্ত্ৰী হিমন্ত…