Author: Sonakshi Sarkar

২০২৪ৰ হজ যাত্ৰাত ২০১ ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু

২০২৪ চনত হজৰ সময়ত ২০০ তকৈও অধিক ভাৰতীয় তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে, যাৰ বেছিভাগেই হৃদৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে মৃত্যু হয় বুলি চৰকাৰে বুধবাৰে লোকসভাত জনায়।লোকসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত কেন্দ্ৰীয়…

বৰপেটা ‘বি’ ডিভিজন ফুটবল

বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা বৰপেটা আন্ত: সংগঠন ‘বি’ ডিভিজন ফুটবল লীগ তথা নক আউট টূৰ্ণামেন্টৰ সুন্দৰ বিজয় সাব্যস্ত কৰিছে বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ হাস্পতাল…

শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰৰ গ্ৰীষ্মকালীন কৰ্মশালা

মহানগৰীৰ কুমাৰপাৰাস্থিত শ্ৰীশ্ৰী ৰাজহুৱা সত্ৰ (নামঘৰ)ত ৭ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ঘোষানাম, দিহানাম, থিয়নাম হোলীগীতৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। এই কৰ্মশালা ৩০ জুলাই, ২০২৪লৈকে অনুষ্ঠিত হ’ব।…

সোণাৰিত সঙ্গীত কৰ্মশালা

ভাতখাণ্ডে সঙ্গীত মহাবিদ্যালয়, সোণাৰি শাখাৰ চতুৰ্থ বাৰ্ষিক সাংস্কৃতিক আৰু ক্ৰীড়া সপ্তাহৰ বঁটা বিতৰণী আৰু সঙ্গীত কৰ্মশালাৰ সামৰণি অনুষ্ঠান | গ্ৰীষ্মকালীন সময়ছোৱাৰ সদব্যৱহাৰ আৰু সুপ্ত প্ৰতিভাসমূহ বিকাশৰ অৰ্থে সপ্তাহযোৰা কাৰ্যসূচীৰে এলানি…

অসম অলিম্পিক সন্থাৰ সম্বৰ্ধনা চাৰি সাংবাদিকক

অলিম্পিক গেমছ ক’ভাৰ কৰা ৰাজ্যৰ চাৰিগৰাকী ক্ৰীড়া সাংবাদিকক সম্বৰ্ধনা জনায় অসম অলিম্পিক সন্থাই ৷ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোৱৰৰ সঞ্চালনাত এ অ’ এৰ সভাকক্ষত…

বাজেটত শিক্ষা, নিযুক্তি আৰু দক্ষতা বিকাশৰ ওপৰত বিশেষ গুৰুত্ব

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে চলিত বিত্তীয় বৰ্ষ ২০২৪-২৫ বৰ্ষৰ বাবে মঙলবাৰে পূৰ্ণাংগ বাজেট উপস্থাপন কৰে। তেওঁ বাজেট উপস্থাপনৰ সৈতে এটা নতুন অভিলেখো স্থাপন কৰে। এইখন তেওঁৰ একেৰাহে সপ্তম বাজেট। তেওঁ…

ভাৰতত চৰকাৰী তথ্যতকৈ ক’ভিড-১৯ত ৮ গুণ অধিক লোকৰ ঘটিছিল মৃত্যু

২০১৯ চনৰ তুলনাত ২০২০ত ভাৰতত ক’ভিড-১৯ত অধিক লোকৰ মৃত্যু হয়। এই তথ্য এক আন্তৰ্জাতিক অধ্যয়নত প্ৰকাশ পাইছে। অধ্যয়ন অনুসৰি, ২০২০ চনত মহামাৰীৰ সময়ত ১১.৯ লাখ লোক অতিৰিক্ত মৃত্যু হৈছিল, যি…

ছাত্ৰ বিদ্ৰোহত কঁপিছে বাংলাদেশ

প্ৰাণ ৰক্ষা কৰি বাংলাদেশৰ পৰা সু-কলমে স্বগৃহত উপস্থিত হ’লহি শিৱসাগৰ জেঙনিকটীয়াৰ চিকিৎসা বিজ্ঞানৰ এজন বিশেষ ছাত্ৰ। ভয়াবহ সংঘৰ্ষৰ সাক্ষী শিৱসাগৰ জেঙনীকটীয়াৰ ৰফিক আলি আৰু য়াছমিন বেগমৰ পুত্ৰ আব্বাছ আলি।বাংলাদেশৰ এখন…

চুতীয়া যুৱ সন্মিলনৰ ধনশিৰি জিলা সমিতি গঠন

অন্যতম ভূমিপুত্ৰ চুতীয়া জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন চুতীয়া যুৱ সন্মিলন অসমৰ ধনশিৰি জিলা সমিতিখন গঠন কৰে। চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ধৰ্মপ্ৰাণ চুতীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেন্দ্ৰীয় সমিতিৰ…

ডিমৰীয়াত বান সাহায্য বিতৰণ আম আদমি পাৰ্টীৰ

ডিমৰীয়া বিধান সভা সমষ্টিত আম আদমী পাৰ্টিৰ একাংশ সক্ৰিয় কৰ্মীয়ে বান সাহায্য বিতৰণ কৰে। ডিমৰীয়াৰ অতিকৈ পিছপৰা জনজাতীয় গাওঁ তপাতলী, কুৰকুৰীয়া আৰু জাৰীকুছিৰ বানপীড়িত চাৰি শতাধিক পৰিয়ালৰ মাজত আপৰ নেতা…