Author: Piyali Poddar

ৰাজ্যত জাপানীজ এনকেফেলাইটিজত ২১ গৰাকী ৰোগীৰ মৃত্যু

অসমত ভয়াবহ ৰূপত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিজৰ সংক্ৰমণ। বর্তমানলৈকে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ২১ গৰাকী ৰোগীৰ মৃত্যু হৈছে। চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা বৰ্তমান সময়লৈকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত জাপানীজ এনকেফেলাইটিছত…

জাপানীজ এনকেফেলাইটিছৰ লক্ষণসমূহ

যোৱা কেইটামান দিনৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা। গতিকে ইয়াৰ বিষয়ে সজাগ হৈ থকা প্ৰয়োজন। এই ৰোগ হ’লে কিছুমান লক্ষণে দেখা দিয়ে।ইয়াৰ লক্ষণ কি————————————–সাধাৰণ জ্বৰ বা…

ৰাছিয়াক মুকলি ভাবুকি ড’নাল্ড ট্ৰাম্পৰ

ৰাছিয়াক ডাঙৰ ভাবুকি প্ৰদান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয়, “যদি ৫০ দিনৰ ভিতৰত ইউক্ৰেইনত যুদ্ধ শেষ কৰাৰ বাবে কোনো চুক্তি নহয়, তেন্তে তেওঁ ৰাছিয়াৰ ওপৰত শুল্ক আৰোপ কৰিব।…

পাকিস্তানক ঘাটে ঘাটে পানী খুৱাবলৈ সাজু ভাৰত

ভাৰত চৰকাৰে সদায় প্ৰতিৰক্ষা খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। শেহতীয়াকৈ ভাৰত-পাকিস্তান সংঘাতৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ সেনাৰ শক্তি বৃদ্ধি কৰিব এখন অত্যাধুনিক…

২০২৬ত ৰাজ্যসভাত মল্লিকাৰ্জুন খাৰ্গে, হৰদীপ সিং পুৰী, ৰঞ্জন গগৈসহ ৭৫ জনৰ কাৰ্যকাল পৰিব অন্ত

২০২৬ চনত ৰাজ্যসভাৰ ৭৫খন আসনৰ বাবে এপ্ৰিল, জুন আৰু নৱেম্বৰ মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ ফলত অহা বৰ্ষত ৰাজ্যসভাত বৃহৎ পৰিবৰ্তন দেখিবলৈ পোৱা যাব। ইয়াৰে ২৩৩খন আসন ৰাজ্যিক বিধানসভাৰ দ্বাৰা…

ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত অগ্ৰণী নাট্য গোষ্ঠী ‘অঙ্গনা’ই বিগত বৰ্ষৰ দৰে এইবেলিও ১০ জুলাইৰ পৰা আৰম্ভ কৰিছে ১৫…

ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ শপত গ্ৰহণ; বিজেপিৰ ভূপেন ইংতি সভাপতি আৰু অগপৰ গংগা চৌধুৰী উপ সভাপতি নিৰ্বাচিত

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা সমষ্টিটোৰ একমাত্ৰ আঞ্চলিক পঞ্চায়ত ৰামচাৰাণী আঞ্চলিক পঞ্চায়তৰ নৱ নিৰ্বাচিত সদস্য সকলে আজি পদ…

ম্লান পৰিছে নেকি বলীউডৰ চমক! শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ এখনো ছবি

নিউয়ৰ্ক টাইমছে শেহতীয়াকৈ প্ৰকাশ কৰিছে একবিংশ শতিকাৰ প্ৰথম ২৫টা বছৰৰ ভিতৰত মুক্তি পোৱা বিশ্বৰ শীৰ্ষ এশখন ছবিৰ এক তালিকা। পিছে জানি আচৰিত হ’ব, এই শীৰ্ষ এশখন ছবিৰ তালিকাত নাই বলীউডৰ…

পিতৃৰ হাতত গুলীবিদ্ধ হৈ মৃ*ত্যু টেনিছ খেলুৱৈ ৰাধিকাৰ…ৰীলছ বনোৱাটোৱেই কাল হ’ল !

বহুতে হেনো জীয়েকৰ উপাৰ্জনেৰে খাই থকা বুলি পিতৃক হাঁহিছিল ৷ এফালে কন্যাই বনোৱা ৰীলছ আনফালে টেনিছ একাডেমী, এটাও সহ্য হোৱা নাছিল পিতৃ দীপক যাদৱৰ ৷তাৰকা তাৰকা ৰীলছ বনোৱাটোৱেই কাল হ’ল…

ফিফা ৰেংকিঙৰ ১৩৩ নম্বৰ স্থানলৈ অৱনমিত ভাৰত

জুন মাহত দুবাৰকৈ পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত বৃহস্পতিবাৰে প্রকাশ কৰা ফিফা ৰেংকিঙত ভাৰতীয় পুৰুষ ফুটবল দলে ৬টা স্থান অৱনমিত হৈ ১৩৩ নম্বৰ স্থানত উপনীত হয়৷ ৪ জুনত আন্তঃৰাষ্ট্ৰীয় প্ৰীতি মেচত…