Sports ইউ এছ অ’পেনৰ বিজেতাই লাভ কৰিব ৪৪ কোটি টকা August 8, 2025 Piyali Poddar বছৰৰ অন্তিমটো গ্ৰেণ্ড শ্লেম প্ৰতিযোগীতা ইউ এছ অ’পেন ২০২৫ এইবাৰ ২৪ আগষ্টৰ পৰা নিউয়ৰ্কত আৰম্ভ হ’ব আৰু ৭ ছেপ্টেম্বৰত সমাপ্ত হ’ব।এইবাৰ এই গ্ৰেণ্ড শ্লেম প্ৰতিযোগিতাৰ ইতিহাসৰ সৰ্বোচ্চ পুৰস্কাৰৰ ধন ঘোষণা…
News মহম্মদ ইউনুছৰ ঘোষণা। পবিত্ৰ ৰমজান মাহৰ পূৰ্বেই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব August 6, 2025 Piyali Poddar ১৫ বছৰে ক্ষমতাত থকা শ্বেখ হাছিনাই যোৱা বছৰৰ আগষ্ট মাহত গণ প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছিল। তাৰ পিছত তেওঁৰ দল আৱামি লীগক অন্তৱৰ্তীকালীন প্ৰশাসনে নিষিদ্ধ কৰে আৰু নিৰ্বাচন…
Latest কিছুমান প্ৰাকৃতিক স্প্ৰে ব্যৱহাৰ কৰিও আপুনি আপোনাৰ ঘৰটো মহমুক্ত কৰিব পাৰে। পিছে কিদৰে ? August 4, 2025 Piyali Poddar মহ, বহুতৰ বাবে এক আতংকৰ নাম। বিশেষকৈ, বৰষুণৰ দিনকেইটাত মহে সকলোকে যান্ত্ৰণা দিয়ে। মহে কামুৰিলে বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। বৰষুণৰ পানী য’তে-ত’তে পানী জমা হোৱাৰ ফলত মহৰ সংখ্যা বৃদ্ধি…
Sports একেৰাহে দ্বিতীয়বাৰলৈ মহিলা ইউৰো কাপৰ চেম্পিয়ন ইংলেণ্ড July 28, 2025 Piyali Poddar ইংলেণ্ডৰ মহিলা ফুটবল দলে দেওবাৰে ইউএফএ মহিলা ইউৰো ২০২৫ৰ ফাইনেলত পেনাল্টি শ্বুটআউটত স্পেইনক ৩-১ গ’লত পৰাস্ত কৰি খিতাপ দখল কৰে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰো কাপৰ খিতাপ দখল কৰিবলৈ সক্ষম…
World বিশ্বৰ আটাইতকৈ শক্তিশালী ছিংগাপুৰৰ পাছপ’ৰ্ট July 24, 2025 Piyali Poddar হেনলি পাছপ’ৰ্ট সূচকাংকত ভাৰতে বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱা ছমাহত ভাৰতে ৮৫ নং স্থানৰ পৰা ৭৭ নম্বৰলৈ উন্নীত হৈছে। এখন দেশৰ পাছপ’ৰ্টধাৰীয়ে ভিছা অবিহনে কিমান দেশত প্ৰৱেশ কৰিব পাৰে তাৰ…
Latest আগষ্টৰ শেষৰ ফালে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন July 23, 2025 Piyali Poddar আগষ্টৰ শেষৰ ফালে দেশবাসীয়ে নতুন উপ-ৰাষ্ট্ৰপতি লাভ কৰিব পাৰে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অহা ৭২ ঘন্টাত নিৰ্বাচনৰ সময়সূচী প্ৰকাশ পাব পাৰে। নিৰ্বাচন আয়োগে বুধবাৰে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি জানিবলৈ…
Latest ২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা July 23, 2025 Piyali Poddar ২৮ জুলাইত লোকসভাত আৰু ২৯ জুলাইত ৰাজ্যসভাত অপাৰেচন সিন্দুৰৰ ওপৰত আলোচনা হ’ব।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি দুয়োটা সদনত ১৬-১৬ ঘণ্টাকৈ বিতৰ্কৰ বাবে সময় নিৰ্ধাৰণ কৰা হৈছে। ২১ জুলাইৰ পৰা আৰম্ভ হৈছিল…
Sports কাইলৈ পৰা মানচেষ্টাৰত ভাৰত-ইংলেণ্ডৰ চতুৰ্থ টেষ্ট July 22, 2025 Piyali Poddar যোৱা মেচখনত পৰাজয় আৰু একাংশ গুৰুত্বপূৰ্ণ খেলুৱৈৰ আঘাতৰ মাজতো ভাৰতীয় দলটোৱে শৃংখলাত পুনৰ উভতি আহি কাইলৈ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট ক্ৰিকেটত জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। এইবাৰ ভাৰতৰ…
Latest শাওন মাহত কিয় বৰ্জন কৰিবলৈ কোৱা হয় গাখীৰ আৰু শাক-পাচলি ? July 21, 2025 Piyali Poddar শাওন মাহ হৈছে সংযমৰ মাহ, এই সময়ছোৱাত বহু ভক্তই পূজা-পাৰ্বন কৰে আৰু কিছুমান খাদ্য পৰিহাৰ কৰে এনে কৰাৰ কাৰণ কি ?স্বাস্থ্য নে ধৰ্ম ? শাওন মাহত কিয় বৰ্জন কৰিবলৈ কোৱা…
Assam ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত July 21, 2025 Piyali Poddar ভাৰতৰ চাহৰ চাহিদা বৃদ্ধি পাইছে বিদেশত। শেহতীয়া চৰকাৰী তথ্য অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ পৰা চাহ ৰপ্তানি ২.৮৫% বৃদ্ধি পাইছে। দেশৰ পৰা চাহ ৰপ্তানি ২৫০.৭৩ মিলিয়ন ।শেহতীয়া চাহ ব’ৰ্ডৰ তথ্য…