Author: Paromita

অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ব সন্দেহজনক নাম; বিহুৰ পূৰ্বে নিৰ্বাচনৰ ইংগিত মুখ্য নিৰ্বাচন আয়ুক্তৰ

অহা বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ভোটাৰ তালিকাৰ শুদ্ধিকৰণ আৰু নিৰ্বাচনী প্ৰস্তুতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যত উপস্থিত থকা মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে বুধবাৰে এক সংবাদমেল সম্বোধন কৰে। ৰাজ্যত চলি…

অসমত শান্তিৰ নতুন পৰিৱেশ; ৫ বছৰত ৯,০২২ জন উগ্ৰবাদীৰ আত্মসমৰ্পণ

অসমত শান্তি আৰু স্থিৰতা ঘূৰাই অনাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহণ কৰা বিশেষ উদ্যোগৰ ফলত ৰাজ্যত ২০২১ চনৰ পৰা বৰ্তমানলৈকে মুঠ ৯,০২২ গৰাকী উগ্ৰপন্থীয়ে মূল সুঁতিলৈ উভতি আহিছে। বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয়…

ভূপেন বৰাৰ বিজেপি গমনক লৈ গৰজি উঠিল গৌৰৱ গগৈ; হিমন্ত বিশ্ব শৰ্মাক ‘অসমৰ জিন্নাহ’ আখ্যা

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাৰ বিজেপি গমনৰ দিন ধাৰ্য হোৱাৰ পাছতেই বুধবাৰে শাসকীয় পক্ষৰ বিৰুদ্ধে একপ্ৰকাৰ যুদ্ধংদেহী মনোভাৱ গ্ৰহণ কৰে সাংসদ তথা এপাচিচিৰ সভাপতি গৌৰৱ গগৈয়ে। এখন সংবাদমেল…

বিজেপিক ‘ৰাজনৈতিক সকীয়নি’ আটছাৰঃ ২০২৬ৰ পূৰ্বে জনজাতিকৰণ নকৰিলে ভোট বাকচত দিব উচিত উত্তৰ

চৰকাৰে দীৰ্ঘদিন ধৰি জনাই অহা প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ তুলি অৱশেষত শাসকীয় বিজেপি দলক তীব্ৰ ৰাজনৈতিক সকীয়নি প্ৰদান কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই (আটছা)। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ…

‘ইণ্ডিয়া এআই চামিট’ত চৰম অব্যৱস্থাপনাঃ মোদী চৰকাৰক তীব্ৰ সমালোচনা খৰ্গেৰ, অৱশেষত ক্ষমা ভিক্ষা অশ্বিনী বৈষ্ণৱৰ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত হাই-প্ৰফাইল ‘ইণ্ডিয়া এআই ইমপেক্ট চামিট’ত হোৱা ব্যাপক বিশৃংখলাক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী দলসমূহ। সন্মিলনৰ প্ৰথম দিনটোতে ইন্টাৰনেটৰ বিসংগতিৰ পৰা আৰম্ভ…

মিঞা বিতৰ্কক লৈ উত্তপ্ত বিধানসভাঃ এআইইউডিএফৰ স্থগিতাদেশ প্ৰস্তাৱ নাকচ, বিৰোধীৰ সদন ত্যাগ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘মিঞা’ সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ মঙলবাৰে অসম বিধানসভাৰ মজিয়াত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বিৰোধী এআইইউডিএফৰ বিধায়কসকলে এই বিষয়টো লৈ এক স্থগিতাদেশ প্ৰস্তাৱ উত্থাপন কৰে…

মণিপুৰত পুনৰ উত্তেজনা! সুৰক্ষাৰ খাতিৰত ৫১ গৰাকী কুকি শিক্ষাৰ্থীক নিৰাপদ স্থানলৈ স্থানান্তৰ

নাগা আৰু কুকি সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা তীব্ৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ উখৰুল জিলাৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ৫১ গৰাকী কুকি ছাত্ৰ-ছাত্ৰীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। উখৰুল জিলাৰ লিটান চাৰিখং…

কংগ্ৰেছৰ চৰিত্ৰ সলনি হ’লেহে পদত্যাগ উঠাই লোৱাৰ কথা চিন্তা কৰিমঃ ভূপেন বৰা

ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ মতভেদৰ মাজতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰে প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে দলীয় পদৰ পৰা পদত্যাগ কৰা বৰাই এতিয়া স্পষ্ট কৰি…

অসমক ১০ লাখ কোটিৰ অৰ্থনীতি গঢ়ি তোলাৰ লক্ষ্যৰে ঘোষণা বাজেটঃ শিক্ষা, স্বাস্থ্য আৰু আন্তঃগাঁথনিত অভূতপূৰ্ব গুৰুত্ব

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটিটকীয়া অৰ্থনীতিলৈ ৰূপান্তৰ কৰাৰ এক অভিলাষী লক্ষ্যৰে সোমবাৰে দাখিল কৰা হয় ২০২৬-২৭ বৰ্ষৰ ৰাজ্যিক বাজেট। অৰ্থনৈতিক বিকাশ, সমাজ কল্যাণ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু যুৱ সবলীকৰণক…

বিজেপিত যোগদান কৰিব ভূপেন বৰাই! দেবব্ৰত শইকীয়াৰ বিস্ফোৰক মন্তব্যই জোকাৰিছে ৰাজ্যৰ ৰাজনীতি

কংগ্ৰেছ ত্যাগৰ হুংকাৰ দিয়া প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই অতি শীঘ্ৰেই গেৰুৱা দলত যোগদান কৰাৰ সম্ভাৱনা এতিয়া তীব্ৰতৰ হৈ পৰিছে। মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত বিৰোধী দলপতি দেবব্ৰত শইকীয়াই…